-1.9 C
Munich
Sunday, November 27, 2022

সৰু চকুৰ উপকাৰ কি কি?

Must read

সৰু চকু হ’লে কিদৰে লাভম্বিত হয় নাগালেণ্ড চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে ৰাজহুৱা সভাত মন্তব্য দাঙি ধৰে

।। নালাগেণ্ড চৰকাৰৰ মন্ত্ৰী।।

Todaytak :- নাগালেণ্ড ৰাজ্যৰ প্ৰভাৱ মন্ত্ৰীৰ মন্তব্যৰ পিছত সামাজিক মাধ্যমত সমগ্ৰ দেশজুৰি খলকণি সৃষ্টি হোৱাৰ কাৰণ কি? উল্লেখ্য যে ৰাজ্যৰ কাষতে লাগি থকা প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ এগৰাকী প্ৰভাৱশালী উচ্চ শিক্ষা তথা জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী টেমজেন ইমনা আলোং গৰাকীৰ মন্তব্য ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশ জুৰি বিয়পি গৈছে। মন্ত্ৰীগৰাকীয়ে এখন দলীয় সদস্য সকলৰ লগত লৈ এখন ৰাজহুৱা সভাত এই দৰে মন্তব্য দিয়ে। মন্ত্ৰী গৰাকীয়ে কয় যে ‘সৰু চকু’ থকাৰ লাভালাভৰ বিষয়ে কৌতুক কৰে। ইনমাই কয় যে মানুহে প্ৰায়ে কয় যে উত্তৰ-পূবৰ লোকসকলৰ চকু সৰু কিয়? এই সন্দৰ্ভত তেওঁ কয় যে তেওঁলোকৰ চকু সৰু, কিন্তু দৃষ্টি শক্তি অতি তীক্ষ্ণ। তাৰ পিছত তেওঁ সৰু চকু হোৱাৰ সুবিধা সন্দৰ্ভত কৌতুক কৰি কয়, “যিহেতু মোৰ চকু সৰু, মোৰ চকুত কম লেতেৰা প্ৰৱেশ কৰে। লগতে, কিছু দীঘলীয়া কাৰ্যসূচী চলি থাকিলে মই মঞ্চত থাকোঁতে সহজে শুব পাৰো।” লগতে মন্ত্ৰী গৰাকীয়ে চকুৰ বিষয়টো ধেমালী হিচাপে কোৱা মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article