-1.4 C
Munich
Friday, December 9, 2022

Zubin Garg is the first artist from AssamAssam Nationalist Youth Student Council

Must read

         জুবিন গাৰ্গ অসমৰ প্ৰথম শিল্পী

অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ ছ্যুকাফা বঁটা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ    
                        তৰফৰ পৰা।
a live news :- ভাৰতৰত লগতে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে ছ্যুকাফা বঁটা। অসম জাতীয় বাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ ছ্যুকাফা বঁটা আগবঢ়াইছে।
২ ডিচেম্বৰত সমগ্ৰ অসমজুৰি পালন কৰা হয় ছ্যুকাফা দিৱস বা অসম দিৱস। সোণাৰিত উদযাপন কৰা ছ্যুকাফা দিৱসৰ অনুষ্ঠানত জুবিন গাৰ্গলৈ এই সন্মানীয় বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব। জুবিন গাৰ্গ হ’ব অসমৰ প্ৰথমগৰাকী শিল্পী ছ্যুকাফা বঁটা লাভ কৰা শিল্পী। গুৱাহাটীতে প্ৰদান কৰা হ’ব এই বঁটা। এই খবৰে উল্লাখ কৰি তুলিছে সাংস্কৃতিক মহলৰ লগতে জুবিন গাৰ্গক ভাল পোৱা অনুৰাগী সকলৰ মাজত অভিনন্দন জনাইছে।
English translation :-
 
Zubin Garg is the first artist from Assam
Assam Nationalist Youth Student Council
a live news: – In India, along with assam popular vocalist Zubin Garg, the Chukapha Award has been presented. Zubin Garg on behalf of the Assam National Plaintiff Youth Student Council has been awarded the Chukafa Award for the year 2021.
 On 2nd December, the entire Assamjuri is celebrated as Chukafa Day or Assam Day. The Assam Nationalist Youth Student Council has announced the awarding of this honorary award to Zubin Garg on the occasion of Chukafa Day celebrations in Sonarat.
 The award will be presented for the first time by the Assam Nationalist Youth Student Council, General Secretary Palash Changmai told the media. Zubin Garg will be the first Assamese artist to receive the Chukapha Award. This award will be given in Guwahati. Zubin Garg has been congratulated by the cultural circles as well as all the well-wishers.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article