17.3 C
Munich
Wednesday, August 10, 2022

মোবাইল হেকাৰৰ বাবে অতিকৈ ভাল খবৰ

Must read

ভাল খবৰ আপুনি যদি জিনিয়েস হয় তেন্তে লাভ কৰিব বৃহৎ পৰিমাণৰ ধন Google ৰ তৰফৰ পৰা 10 কোটি টকাৰ পুৰস্কাৰ

Todaytak:- Bug Bouty Reward) ৰ গুৰুত্বপূৰ্ণ ঘোষনা কৰিছে যাৰ বাবে যদি কোনো ইয়াৰ pixel series ৰ ফোন (pixel Series Phone) ত Bug বিচাৰে আপুনি পাব ১০ লাখ dolar ল
ডলাৰ পুৰস্কাৰ দিয়া যাব । যাৰ মুল্য ১০ কোটি ভাৰতত। ইয়াৰ বাহিৰে Android ৰ কিছু বিশেষ pribyu বৰ্জনত কম বিচৰা ৰিচাৰ্জক ও 50 fisdi অতিৰিক্ত বনাচ দিয়া যাব ।দুয়োকে মিলাই পুৰস্কাৰ ৰ মুঠ ৰাশি 15 লাখ dolar মানে প্ৰায় 10 কোটি 75 লাখ টকা আপোনালোকে পাব। এই পুৰস্কাৰটো এইজন ব্যক্তিক দিয়া হ’ব যিজনে pixel device ৰ M Chip ক হেক কৰাই দেখুওৱ লাগিব যদি হেক কৰি দেখাব পাৰে Google তৰফৰ পৰা ১০ কোটি ৭৫ লাখ টকা পুৰষ্কাৰ দিব হেকাৰ জনক। Google ৰ titan Am Ship ক এইকাৰণে এই অফাৰটো দিছো ৰাইজে কেতিয়াও বিপদত পৰিব নালাগে যদি কোনোবাই হেক কৰিব পাৰে তেনেহলে এইটো সমস্যা সমাধা কৰি ৰাইজৰ আগত মুকলাই কৰি দিব।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article