-1.9 C
Munich
Sunday, November 27, 2022

সাধাৰণ জনতাক জিয়াই থাকিবলৈ চিন্তাত পেলাই দিছে ভাৰত চৰকাৰে একেৰাহে প্ৰত্যেক দিনা মুল্য বৃদ্ধিয়ে সাধাৰণ জনতাই জোলোঙা অৱস্থা।

Must read

৬ দিনৰ ভিতৰত ৫ দিনে পেট্ৰল ডিজেল মুল্য বৃদ্ধি কৰি হেঁপাহ পেলোৱা নাই চৰকাৰৰ আজি পুনৰ বৃদ্ধি পেট্ৰল ডিজেল

Todaytak: জনতাক চিন্তান পেলাই দিছে চৰকাৰে একেৰাহে ৬ দিনৰ ভিতৰত ৫ দিনে পেট্ৰল ডিজেল মূল্য বৃদ্ধি কৰি চৰকাৰৰ হেঁপাহ পলোৱা নাই পুনৰ আজি আকৌ বৃদ্ধি কৰিলে পেট্ৰল ডিজেলৰ মুল্য। জনতাৰ ওপৰত ৰাম টাঙোন মাৰি মাৰি হেঁপাহ যেন পলোৱা নাই ভাৰত চৰকাৰৰ প্ৰত্যেক দিনাই পেট্ৰল ডিজেলৰ মুল্য বঢ়াই বঢ়াই চেঞ্চুৰি মাৰি দিলে মোদী চৰকাৰে। সাধাৰণ ৰাইজে মটৰ চাইকেল চাৰিচকীয়া বাহন চলাবলৈ চিন্তা পৰি গৈছে। ভাৰতত যিসকল পাৰ্টিয়ে শাসনাত অন্তৰ্ভুক্ত হৈছে সকলো পাৰ্টি এনেকুৱা কৰি জনতাক মুৰত ৰাম টাঙোন মাৰি আছে। নিৰ্বাচনৰ সময়ত সকলো বস্তটোতে মুল্য বৃদ্ধি থিকে থাকে যেতিয়া জনতাই যিকোনো পাৰ্টিক চৰকাৰ গঠন কৰিবলৈ ভোট প্ৰদান কৰে। পাৰ্টি বিলাকে আশসনত বহাৰ লগে লগে জনতাৰ যিখিনি বস্তু অতিকৈ প্ৰয়োজনীয় সকলো বস্তুতে আকাশত উঠা মুল্য বৃদ্ধি কৰে সকলো পাৰ্টিয়ে। বৰ্তমান পেট্ৰল আৰু ডিজেলৰ মুল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কেকোৰা চেপা দি চেপি আছে। মুল্য বৃদ্ধিয়ে সাধাৰণ মানুহে এখাজ খাই এখাজ খাবলৈ চিন্তাত পৰা পৰিলক্ষিত হোৱা দেখা গৈছে তথাপিও চৰকাৰে জনতাৰ প্ৰতি লক্ষ্য নাৰাখি প্ৰত্যেক দিনা পেট্ৰল ডিজেল লগতে অন্য সা-সামগ্ৰীত হেঁপাহ পলোৱাই মুল্য বৃদ্ধি বঢ়াই থকা দেখা গৈছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article