24.4 C
Munich
Thursday, August 11, 2022

ভাৰতত ৫ ৰাজ্যৰ বিধানসভাৰ ফলাফলৰ পিছতে ভাৰতবাসীক কেন্দ্ৰীয় চৰকাৰে দিলে বাম্পাৰ উপহাৰ।

Must read

ভাৰতত পাচ ৰাজ্যৰ ফলাফলৰ পিছতে ভাৰতৰ নাগৰিকৰ মাথাৰ ওপৰত ৰাম টাঙোন ৬ দিনত ৫ বাৰকৈ পেট্ৰ’লৰ মূল্য বৃদ্ধি বঢ়ালে। পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য। যোৱা ৬ দিনৰ ভিতৰত একেৰাহে ৫ বাৰকৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পালে। ৰবিবাৰ দিনটোও অসমত পেট্ৰ’লত ৫৫ পইচা আৰু ডিজেলত ৫৮ পইচালৈ বৃদ্ধি পায়।অসমত দেওবাৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম বৃদ্ধি ৯৮.৬৭ টকালৈ। আনহাতে প্ৰতিলিটাৰ ডিজেলৰ দাম হৈ পৰিছে ৮৪.৭৯ টকা। জানিব পৰামতে ঢকুৱাখনা, মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰত অতিক্ৰম কৰিছে। পেট্ৰ’ল ডিজেলে সাধাৰণ মানুহক মটৰ চাইকেল চাৰিচকীয়া বাহন চলাবলৈ চিন্তাত পেলাই দিছে। পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ এনে মাধমাৰে সাধাৰণ জনতাকো ৰাম টাঙোনে মাধামৰ। সাধাৰণ ৰাইজে মটৰ চাইকেল লৈ ওলাই যাবলৈ চিন্তাত পৰিছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article