-1.9 C
Munich
Sunday, November 27, 2022

গৰুৰ বাবে ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বাইহাটা চাৰিআলি নিকট দেউদুৱাৰত

Must read

দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় চালক ৰূপে ব্যক্তিজন।

গৰুৰ বাবে বাইহাটা চাৰিআলিৰ গুৱাহাটী পথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা চালকৰূপে থকা ব্যক্তি জনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

Todaytak: আজি দিনৰ প্ৰায় ২.৪৫ বজাত এখন বাহন দুৰ্ঘটনা চাংসাৰি থানাৰ অন্তৰ্গত দেউদুৱাৰত এই ঘটনা হয়। স্থানীয় লোকৰ পৰা জানিব পৰা মতে দুৰ্ঘটনা হোৱা বাহন খন ছিপাঝাৰ বুলি। ছিপাঝাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত বাইহাটা চাৰিআলি নিকট দেউদুৱাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ গৰু এটা বাহন খনৰ ফালে দুৰি অহাত বাহনৰ চালক জনৰ নিয়ন্ত্ৰণ হেৰাই গৰুটোক বচাবলৈ চেস্তা কৰোতে বাহন খন তলত পৰি যায়। গাড়ীখন অন্য মানুহ নাই বাহনখন চলাই অহা মানুহজন অকলে আছিল। চালকৰূপে থকা ব্যক্তিজন দুৰ্ঘটনা হোৱাৰ বাবে গুৰুতৰ ভাবে আঘাট প্ৰাপ্ত হয়। তাত উপস্থিত থকা ব্যক্তি সকলে ততায়িক ভাবে বাহনখন চালকৰূপে থকা ব্যক্তিজন দুৰ্ঘটনা হোৱা স্থানৰ পৰা ওঠাই আনি ১০৮ সেৱাৰ লগত যোগাযোগ কৰি ব্যক্তি জনক মেডিকেল প্ৰেৰণ কৰে। দুৰ্ঘটনা হোৱা বাহন খনৰ নম্বৰপ্ৰেলট হ’ল AS-01DJ-5520 চালকৰূপে থকা ব্যক্তিজন বৰ্তমান চিকিৎসাৰ বাবে স্থানীয় ব্যক্তি সকলে হস্পিটালত পঠাই দিছে। চাংসাৰি থানাৰ আৰক্ষী দুৰ্ঘটনা উপস্থিত হয় প্ৰশাসনৰ যাবতীয় কামখিনি কৰি থকা পৰিলক্ষিত হৈছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article