
Todaytak:- এজন যুৱকে এজনী দুজনী নহয় ৯ জনীকৈ ছোৱালী বিবাহ পাশত আবদ্ধৰ পিছটো আকৌ ২ জনীৰ লগত বিবাহ পাশত আবদ্ধ হোৱা চিন্তাৰ পৰিকল্পনা। জানিব পৰা মতে এই ঘটনা ব্ৰাজিল দেশৰ বিখ্যাত মডেলবোৰৰ ভিতৰত অন্যতম হৈছে আৰ্থাৰ অ উৰ্চো। আৰ্থাৰৰ খ্যাতিৰ কাৰণ কেৱল মডেলিং নহয় তেওঁ নিজৰ বহুবিবাহৰ বাবেও চৰ্চাত থাকে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৯ গৰাকী পত্নী বৰ্তমান তেওৰ সপোন ১০ গৰাকী পত্নীৰ লগত এটা ঘৰতে পৰিয়ালৰ দৰে থাকিব বিচাৰে। ৯ গৰাকী পত্নীৰে তেওঁ সুখৰ সংসাৰ কৰিছিল আৰ্থাৰে কিন্তু তেওঁৰ জীৱনলৈ হঠাতে এক নতুন ধুমুহাৰ দৰে আহিল সমস্যা। আৰ্থাৰৰ এগৰাকী পত্নীৰ নাম আগাথা। তেওৰ প্ৰথম পত্নীয়ে তেওৰ পৰা বিবাহ বিচ্ছেদ কৰিবলৈ বিচাৰে।
এই বিবাহ বিচ্ছেদ হোৱাৰ লগে লগে তেওঁৰ পত্নী ৮ সংখ্যা হৈ যায়। সেই কথাতেই মানসিক অশান্তি তাৰ বাবে আৰু ২ গৰাকীক বিবাহ কৰাই সপোন পুৰণ কৰিব।