17.3 C
Munich
Wednesday, August 10, 2022

অসম চৰকাৰৰ জিলা পৰিবহন বিভাগৰ কনিষ্ঠ সহকাৰীক নিলম্বন ঘোচ লোৱাৰ অপৰাধত।

Must read

ধেমাজি জিলাৰ জিলা পৰিবহন বিভাগত কনিষ্ঠ সহকাৰী পদত কৰ্মৰত কৰি থকা দুৰ্নীতি কৰা অভিযোগত ললিত চন্দ্ৰ বৰুৱাক নিলম্বন।

Todaytak:- জিলা পৰিবহন বিভাগৰ আয়ুক্তক নিলম্বন ঘোচ লোৱাৰ অপৰাধত। ড্ৰাইভিং লাইচেন্সৰৰ নামত উৎকোচ লোৱাৰ অভিযোগত শনিবাৰে তাৎক্ষণিকভাৱে নিলম্বন কৰি দিয়া হয় কনিষ্ঠ সহকাৰী পদত কৰ্মৰত কৰি থকা ললিত চন্দ্ৰ বৰুৱাক। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি মুক্ত গঢ়াৰ কথা কৈ থাকোতে চৰকাৰী বিভিন্ন বিভাগত ইটোৰ পিছত সিটো বিভাগৰ দুৰ্নীতি উদঙাই আছে চচিয়েল মিডিয়াৰ যোগেৰে এইবাৰ পৰিবহন বিভাগত খোদ আয়ুক্ত পদত কৰ্মৰত কৰি থকা ললিত চন্দ্ৰ বৰুৱাক অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, ১৯৬৪-ৰ নিয়ম ৬(১) (ক)ৰ অধীনত নিলম্বিত কৰা হৈছে।


জানিব পৰা মতে চালকৰ অনুজ্ঞাপত্ৰ জাৰী কৰাৰ নামত ৰাজ্যৰ বিভিন্ন জিলা পৰিবহন কাৰ্যালয়ত সংঘটিত হৈ আহিছে ব্যাপকভাবে দুৰ্নীতি।
শেহতীয়াকৈ এনে দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মৰ্মে বিভিন্ন জিলাত অব্যাহত হৈ আছে প্ৰশাসনৰ তৰফৰ দুৰ্নীতি কৰা বিষয়াৰ ওপৰত নজৰ।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article