
Todaytak:- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয় যে, বদৰুদ্দিন আজমল মোৰ শক্ৰু নহয়। আজমলৰ সভ্যতাহে মোৰ শত্ৰু’- আজমলৰ পৰিয়ালৰ চিৰাজুদ্দিন আজমলক উভতি ধৰি মুখ্যমন্ত্ৰী। হৈ যোৱা ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰাজ্যত তোলপাৰ লাগি আছে। বিৰুধী বিধায়ক ফোট দিয়া সংক্ৰান্তত। অসমৰ কংগ্ৰেছ দলৰ তৰফৰ পৰা অভিযোগ কৰিছে যে, বদৰুদ্দিন আজমলৰ পাৰ্টি AIUDFৰ একাংশ বিধায়কে ভোট কংগ্ৰেছৰ সলনি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীকহে দিছে। আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক লগতে কংগ্ৰেছ, চিপিআই আৰু ৰাইজৰ দলৰ বিধায়কক ধন্যবাদ জনালে। হিমন্ত বিশ্ব শৰ্মাই কয় যে অনিচ্ছা স্বত্তেও ধন্যবাদ জনালে AIUDF দলৰ বিধায়ক সকলক। আজমল মোৰ শত্ৰু নহয়, আজমলৰ সভ্যতাহে মোৰ শত্ৰু।’
মুখ্যমন্ত্ৰীয়ে ছিৰাজুদ্দিন আজমলক পৰমাৰ্শ দি কয় যে অসমীয়া ভাষা শিকিবলৈ আহ্বান কৰে।