26.6 C
Munich
Thursday, August 11, 2022

অসমৰ মুখ্যমন্ত্ৰী দিল্লী মুখ্যমন্ত্ৰীৰ লগত তুলনা কৰি চচিয়েল মিডিয়াত হাহিৰ পাত্ৰ হল।

Must read

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ৰিপুণ বৰাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰে।

ৰিপুণ বৰাৰ পদত্যাগকৰ পিছত হিমন্তৰ মন্তব্য।

Todaytak news :- অসমত পৌৰসভা নিৰ্বাচন চলি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৌৰসভা নিৰ্বাচনী প্ৰচাৰ কৰি থকাৰ মুহুৰ্তত কয় দিল্লী মুখ্যমন্ত্ৰীত কৰি অসমৰ মুখ্যমন্ত্ৰী বহু গুণে ভাল কাম কৰিছে লগতে উন্নয়ন কৰা বুলি নিজে নিজকে কেজৰুৱালৰ লগত তুলনা কৰে। মুখ্যমন্ত্ৰী মহোদয় কেজৰুৱালে নিজে দল খুলি ভাৰতৰ পুৰণি দল কংগ্ৰেছ আৰু বিজেপিক পৰাজিত কৰি দিল্লীত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। আপুনি পৰা নাই ভৱিষ্যতে নোৱাৰে আপুনি নিজে দল গঠন কৰি নিৰ্বাচন খেলিলে আপুনি জালুকবাৰী সমষ্টিৰ বিধায়ক হৈ থাকিব পাৰিব। কেজৰুৱালৰ নেতৃত্বাধীন দলটো মাত্ৰ ১০ বছৰ আগতে জন্ম লাভ কৰি দুখনকৈ ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।

।। মুখ্যমন্ত্ৰী কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত দিল্লী চৰকাৰী স্কুল স্কুল  উন্নয়নৰ নমুনা ফটো।
।। মুখ্যমন্ত্ৰী কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত দিল্লী চৰকাৰী স্কুল স্কুল  উন্নয়নৰ নমুনা ফটো।
।। মুখ্যমন্ত্ৰী কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত দিল্লী চৰকাৰী স্কুল ফটো।।

কেজৰুৱালৰ উন্নয়নৰ চিন্তা ধাৰণা সকলো ৰাজনৈতিক নেতাতকৈ পৃথক তেখেতৰ লগত তুলনাত কোনো নেতাই হ’ব নোৱাৰে কেজৰুৱালৰ চিন্তা ধাৰণাক সমগ্ৰ বিশ্বতে চৰ্চা হৈছে। কাৰণ কেজৰুৱালে দিল্লীৰ মুখ্যমন্ত্ৰী চকীত অধিস্থিত হৈ ঋণ নোলোৱা কৰি ৰাজ্যখনৰ উন্নয়ন কৰিছে। আপুনি অসমৰ শিক্ষামন্ত্ৰী আছিল এতিয়া আপুনি মুখ্যমন্ত্ৰী হ’ল আপুনি দুখ লগা মন্তব্য দাঙি ধৰে অসমৰ চৰকাৰী বিদ্যালয় ১০ বছৰ পিছত বন্ধ হৈ যাব বুলি কয়। দিল্লীত বিজেপি দল আৰু কংগ্ৰেছ চৰকাৰৰ চলি থকাৰ সময়ত চৰকাৰী বিদ্যালয় সমূহ ধ্বংসৰ ফালে গৈছিল কিন্তু কেজৰুৱালৰ চৰকাৰ নেতৃত্বত পুনৰ নিৰ্মাণ কৰি ব্যক্তিগত শিক্ষা অনুষ্ঠানত কৰি বহু গুণে উন্নয়নৰ কাম তথা শিক্ষা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ অভিৱাক সকলক ব্যক্তিগত স্কুলৰ পৰা চৰকাৰী স্কুলত নামভৰ্তি কৰিবলৈ আগ্ৰহ কৰিছে। কেজৰুৱালে ঋণ নোলোৱা কৰি ৰাজ্যখনৰ সকলো নাগৰিকে কাৰেন্টৰ বিল, মহিলাৰ বাবে চিটি বাছৰ ভাড়া ফ্ৰি, সমগ্ৰ দিল্লীত চিচি কেমেৰা ৰাস্তা ঘাট…. উন্নয়ন কেজৰুৱালৰ উন্নয়নৰ কথা কৈ শেষ কৰিব নোৱাৰি অসম চৰকাৰে ঋণ লৈ ৰাজ্য চলাই আছে। ঋণৰ বোজা ৰাইজৰ মাথাত পৰিব। কেজৰুৱালে ১টকা ঋণ নোলোৱা কৰি দিল্লী উন্নয়ন কৰি আছে ৰাইজক বহুত সুবিধা প্ৰদান কৰি দিছে। সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই পৌৰসভা নিৰ্বাচনী প্ৰচাৰ চলাই কেজৰুৱালৰ নেতৃত্বাধীন আপ আদমি দলটোক লক্ষ্য কৰি কেজৰুৱালক আক্ৰমণ কৰা দেখা যায়।

।। অসমৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসমৰ চৰকাৰী স্কুল উন্নয়নৰ নমুনা।।
।।অসমৰ চৰকাৰী স্কুল ।।
।। অসমৰ চৰকাৰী স্কুল ।।

অসমৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা প্ৰাক্তন সাংসদ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ প্ৰাকমুহুৰ্তত হিমন্ত বিশ্ব শৰ্মাই ৰিপুণ বৰাৰ স্থিতিক লৈ ইতিকিং মন্তব্য দাঙি ধৰে। মুখ্যমন্ত্ৰী জনে কয় কংগ্ৰেছৰ হাইকামণ্ডৰ ফালৰ পৰা ৰিপুণ বৰা ডাঙৰীয়াক ষড়যন্ত্ৰ কৰাৰ বাবে ৰিপুণ বৰাক কংগ্ৰেছৰ সকলো বিধায়কে ভোট প্ৰদান নকৰিলে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article