জনপ্ৰিয় শিল্পী কোটি টকাৰ মালিক তথাপিও সাধাৰণ মানুহৰ দৰে জীৱন-যাপন কৰি কৰি ভাল পাই।


Todaytak news:- নিজৰ কন্ঠ প্ৰতিভাৰে সমগ্ৰ ভাৰত তথা বিশ্ববাসীৰ হৃদয়ত স্থানত ল’বলৈ সক্ষম হোৱা। এইজন শিল্পী ভাৰতৰ এখন ৰাজ্যৰ। ছবিখন চাই আপোনালোকে তেখেতক চিনি পাইছে। তেখেতে নিজৰ সন্তানক স্কুলত অনা নিয়া ব্যৱস্থা কৰে, তেখেতে সাধাৰণ লোকে যিধৰণে জীৱন-যাপন কৰে থিক একেদৰে অৰজিৎ সিং শিল্পী জনে বাচ্ছাক স্কুললৈ লৈ আহে এইজন জনপ্ৰিয় শিল্পী। তেখেত কোটি টকীয়া মালিক হৈ সাধাৰণভাৱে থাকি ভাল পায়। আপুনিও হ’ব পাৰে তেওঁৰ BIG FAN। সচাঁ কথা ক’বলৈ গ’লে তেওঁ এজন #Celebrity। কোটি টকাৰ সম্পত্তিৰ গৰাকী। তেওঁ হৈছে অনন্য কণ্ঠৰ গৰাকী অৰিজিৎ সিং। সন্তানক এইদৰে বিদ্যালয়ত থ’বলৈ অহা ফটো চচিয়েল মিডিয়াত ব্যাপকভাবে প্ৰচাৰ চলি আছে। স্কুললৈ আন অভিভাৱক সকলে যিধৰণে সন্তানক নিব আহি বিদ্যালয়ৰ গেটৰ বাহিৰত অপেক্ষা কৰি থাকে। থিক একেদৰে জনপ্ৰিয় শিল্পী জনে একেলগে বাহিৰত অপেক্ষা কৰি থাকে। তেখেতে নিজৰ জনপ্ৰিয়তা অহংকাৰ নকৰি সাধাৰণ মানুহৰ লগত কথা-বাৰ্তা কৰি থাকে। অৰজিৎ সিং স্কুলত অহা বুলি গম পালে শিল্পী জনৰ তেখেতৰ লগত ফটো ওঠাবলৈ অনুৰাগী সকলে স্কুললৈ আহে। তেখেতে অনুৰাগী সকলক নিৰাশ নকৰি সকলো অনুৰাগীৰ ফটো তুলিবলৈ দিয়ে।

শিল্পী জনৰ ফটো স্কুলৰ ছাত্ৰ এজনৰ দেউতাকে চচিয়েল মিডিয়াত শ্বিয়াৰ কৰা বুলি জানিব পৰা গৈছে। চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে সকলো মানুহে তেখেতে এই সাধাৰণ সৰলতা মনক উচ্চ প্ৰশংসা কৰা দেখা গৈছে। অৰজিৎ সিং কয় যে মই চেলিব্ৰিটি হিচাপে নহয়, আন দহজন অভিভাৱকৰ দৰে, তেওঁ তেওঁৰ সন্তানক স্কুললৈ থবলৈ আহে।
