


যোৱা ২বছৰ বিহু পাতিবলৈ নাপালে অসমবাসীয়ে
এইবাৰ উৰুকাৰ দিনা দেখা গ’ল সকলোৱে আনন্দৰে গৰু গাই ধুই দিলে সমগ্ৰ ৰাজ্যতে।
Todaytak:- অসমবাসীলৈ গৰু বিহুৰ ওলগ যাচিলোঁ অসমৰ জনজীৱনৰ সৈতে সংপৃক্ত গৰুবিহুৰ দিনটোতেই জাতীয় অৰ্থনীতি আৰু স্বাধিকাৰ প্ৰতিষ্ঠাৰ পণ লওঁ আহক ৷ অহমবাসীক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমীয়াতে বিহুৰ শুভেচ্ছা যাচিলে লগতে দিল্লীৰ মূখ্যমন্ত্ৰী কেজৰুৱালে বিহুৰ শুভেচ্ছা দিলে অসমবাসীক আন্তৰিকতাৰে আশা কৰিছোঁ, বিহুৱে জাতিটোলৈ নতুন নতুন সাহ আৰু উদ্যম কঢ়িয়াই আনক ৷ নৱ-সঞ্জীৱনীৰে জাতীয় জীৱনক প্ৰাণৱন্ত কৰি তোলক ব’হাগ বিহুৱে ৷ আজিৰ পৰা ব’হাগ বিহু বহাগ শব্দটো সমগ্ৰ অসম বাসীৰ লোকৰ মাজত আবেগ অনুভৱ সোমাই আছে। ১ব’হাগ তাৰিখটো অসমবাসীৰ বিভিন্ন সৃষ্টিৰ নতুন বীজ। ব’হাগ বিহুত অসমবাসীৰ হাৰ্থৱ জুবিন গাৰ্গে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিহু নাচ গানেৰে জিপাল কৰি তোলে সমগ্ৰ অসম। যোৱা দুটা বছৰৰ কৰোণা মহামাৰীৰ বাবে বিহু পাতিব পোৱা নাছিল অসমবাসীয়ে। কোভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এইবাৰ ধোম-ধামেৰে ধোল পেপাৰে অসমবাসীয়ে উল্লখ মালৰহে বিহুৰ বজাৰ কৰিবলৈ যোৱা পৰিলক্ষিত হৈছে। শিপিনী সকলৰ বিহুৰ আনন্দত টতপৰ নাইকিয়া হৈ গৈছে।

