-1.4 C
Munich
Friday, December 9, 2022

চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে আৰু চৰকাৰৰ গোলামী নকৰাৰ বাবে ৰবিশ কুমাৰৰ (PRIME TIME) NDTV নিউজ চেনেলটো বন্ধ কৰি দিয়া হৈছে কেবলৰ পৰা।

Must read

কংগ্ৰেছ চৰকাৰৰ সময়ত বিজেপিৰ বাবে এইজন ভাল সাংবাদিক আছিল বিজেপিৰ নেতা সকলৰ বাবে। এতিয়া বিজেপি চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰাৰ বাবে এইজন সাংবাদিকৰ মুৰৰ কামুৰণি হৈ পৰিছে বিজেপি চৰকাৰৰ। এইজন সাংবাদিকে যি চৰকাৰে নহওক কিয় চৰকাৰৰ গোলামী নকৰা কৰি চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰচাৰ কৰি থকাৰ বাবে ৰবিশ কুমাৰৰ (PRIME TIME) NDTVত বন্ধ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰি আছে।

ভাৰতৰ কেবলৰ পৰা নিষ্ঠাৱান সত্য সাংবাদিক ৰবিশ কুমাৰৰ (PRIME TIME) NDTV কিয় মুকেশ আম্বানী বন্ধ কৰিছে কেবলৰ পৰা।

এইজন ব্যক্তি বৰ্তমান ভাৰতৰ সত্য নিষ্ঠাৱান সাংবাদিক চৰকাৰৰ ভুল নীতিৰ হৈ বাতৰি পৰিৱেশন কৰে।

Todaytak:- মুকেশ আম্বানী নে কেবলৰ পৰা ৰবিশ কুমাৰ NDTV নিউজ চেনেলটো বন্ধ কৰি দিছে। ভাৰত বৰ্তমান সত্য নিষ্ঠাৱান ‌কন্ঠ সাংবাদিক ৰবিশ কুমাৰে ভাৰতৰ নাগৰিক আপিল কৰিছে। মুকেশ আম্বানী নে কেবলৰ পৰা নোহোৱা কৰি দিছে NDTV নিউজ চেনেলটো ভাৰতৰ নাগৰিকে NDTV চাবলৈ নাপাব সত্য নিষ্ঠাৱান চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে দপদপাই থকা বাকি চেনেলৰ দৰে গোলামি নকৰা ৰবিশ কুমাৰৰ (PRIME TIME) NDTVত আৰু কেতিয়াও দেখা নাপাই যদি ভাৰতৰ নাগৰিকে মুকেশ আম্বানীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বাধ্য নকৰাই NDTV (RAVISH KUMAR) চেনলটো কেবলত দিবলৈ। মহান সাংবাদিক জনে নিজে ভিডিঅ যোগেৰে এই কথা জনাই। ৰবিশ কুমাৰে এক ভিডিঅ’ যোগেৰে প্ৰশ্ন উত্থাপন কৰি কয় যে কি কাৰণত ইণ্ডিয়া কেবল চেনেলৰ পৰা ভাৰতৰ জনতাৰ ওচৰত বাতৰি নিবলৈ কিয় বন্ধ কৰিছে (PRIME TIME) NDTV লগতে উক্ত সাংবাদিক জনে কয় NDTV বন্ধ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা হেচা প্ৰয়োগ কৰা হৈছে নেকি? ৰবিশ কুমাৰ নে টুয়টাৰ যোগেৰে টুয়েট কৰি কয় যে দুটা নম্বৰ মুকলি কৰি দিছে এই দুটা নম্বৰত ফোন কৰি (PRIME TIME) NDTV চেনলটো আকৌ পুনৰাই দিবলৈ কাম কৰি আছো NDTV চেনেলৰ তৰফৰ লগতে আপোনালোকে এই দুটা নম্বৰত ফোন কৰি পুনৰাই চেনলটো কেবলত দিবৰ এই দুটা নম্বৰত ফোন কৰি অনুৰোধ কৰিবলৈ দিছে ১৮০০৪১৯৭৯০০, ০১২০৬৮৩৬৪০১।

চৰকাৰৰ বিৰুদ্ধে দপদপাই থকা সাংবাদিক।
- Advertisement -spot_img

More articles

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article