1 C
Munich
Monday, December 5, 2022

এইকেইটা ৰাশি ফল ব্যক্তি সকলৰ আজিৰ পৰা ধামাকা আৰম্ভ।

Must read

আজিৰ দিনটোৰ ৰাশিফল চাই লওক কাৰ ভাগ্যত উদয় হয় পঢ়ি চোৱা।

১. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব, অৰ্থৰ আগমন ঘটিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব লগতে ব্যৱসায়িক ভাল‌ হব ।

২. মেষ ৰাশি (অ,ল)- মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন আহিব পাৰে যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব আৰু আজি বন্ধুৰ লগত তৰ্ক নকৰা ভাল ।

৩. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব আজিৰ দিনটো বাহিৰত নোখোৱাটো ভাল।

৪. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপবাদ পোৱাৰ যোগ দেখা যায়।

৫. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলে আজিৰ দিনটোত সজাগ নহ’লে ঘৰুৱা কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যৱসায়িক দিশত ক্ষতি হোৱাৰ যোগ দেখা যায়।

৬. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব, বন্ধু বাঢ়িব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. কৰ্কট ৰাশি( ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হ’ব, কৰ্মব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

৮. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৯. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হ’ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ ক্ষেত্ৰত সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, আৰ্থিক দিশত শুভ হ’ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


১১. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব, মনত সামান্য হতাশা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. কুম্ভ ৰাশি (গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি যাত্ৰা বা ভ্ৰমণ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব যদি‌ গুৰুত্বপূৰ্ণ কাম নাই দুৰলৈ ভ্ৰমণ নকৰাটো আপোনাৰ বাবে ভাল।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article