1.4 C
Munich
Monday, December 5, 2022

শ্ৰীলংকাৰ অৰ্থনৈতিক কিয় দুৰ্বল হৈ গ’ল হঠাৎ শ্ৰীলংকা চৰকাৰে কি ভুল কৰাৰ বাবে পানীত হাহ নচৰা অৱস্থা হল।

Must read

শ্ৰীলংকা চৰকাৰে জনতাৰ ৰোক্ষত কিয় পৰিল

বৰ্তমান শ্ৰীলংকাই আৰ্থিকভাৱে দৰিদ্ৰ হৈ পৰাৰ আৰৰ ৰহস্য কি? শ্ৰীলংকাৰ নাগৰিকে সমস্ত ঘটনা বিবৰণ দিলে।

Todaytak:- সমগ্ৰ বিশ্বৰ ভিতৰত শ্ৰীলংকা অৰ্থনৈতিক দৰিদ্ৰ হৈ পৰিল। উক্ত দেশখন ইমানে দুৰ্বল হৈ পৰিছে ভাবিব নোৱাৰি অৰ্থনীতিৰ মূল আধাৰ হৈছে চাহ খেতি আৰু ইয়াৰ ৰপ্তানি।শ্ৰীলংকাই প্ৰতি বছৰে বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰা লাভ কৰি আহিছে। জানিব পৰা মতে শ্ৰীলংকা দেশত শাসনভাৰ চলাই থকা চৰকাৰৰ এটা সিদ্ধান্তই চাহ বাগিচাৰ ব্যৱসায়ক অতি বেয়া পৰ্যায়লৈ আনিছে। শ্ৰীলংকাই চৰকাৰে ৰাসায়নিক সাৰৰ আমদানি নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে, শ্ৰীলংকাত কৃষি উৎপাদনত বেয়াকৈ প্ৰভাৱিত হৈছে আৰু সাৰৰ অভাৱৰ বাবে বৈদেশিক মুদ্ৰা পাবলৈ সক্ষম হোৱা নাই চাহৰ উৎপাদন কমি আহিছে। শ্ৰীলংকাই চাহ খেতিৰ পৰা চাহ খেতি উদ্যোগৰ সৈতে জড়িত লোকসকলে কয় যে চাহ খেতি উৎপাদন নোহোৱাৰ বাবে আমি বৈদেশীক মুদ্ৰা পাবলৈ সক্ষম হোৱা নাই তাৰ বাবে আজি শ্ৰীলংকাত অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰিছো। চৰকাৰৰ ভুল সিদ্ধান্তৰ বাবে আজি আমাৰ দেশৰ অৱস্থা হাহ নচৰা পৰিস্থিতি।
শ্ৰীলংকা ৰাইজে কয় যে চৰকাৰৰ ভুল নীতিৰ বাবে ” চাহৰ উৎপাদন ক্ৰমান্বয়ে হ্ৰাস হৈ আহিছে। হ্ৰাস হোৱাৰ বাবে চাহ জড়িত হৈ থকা একাংশ লোকে জীয়াই থকাটো কঠিন হৈ পৰিছে বুলি জানিব দিয়ে একাংশ শ্ৰীলংকা প্ৰতিবাদী সকলে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article