-2.1 C
Munich
Sunday, November 27, 2022

মুল্যবৃদ্ধিক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।

Must read

সাধাৰণ মানুহে মূল্যবৃদ্ধি দেখি হতভম্ব অসমৰ মুখ্যমন্ত্ৰী কি কয় মুল্য বৃদ্ধিক লৈ…..

Todaytak:- নিম্ন লোকক মোদী চৰকাৰে মুল্যবৃদ্ধিৰে জ্বলাকলা খুৱাইছে। মোদী চৰকাৰে কোনো সামগ্ৰীতে মুল্য বৃদ্ধি বঢ়াবলৈ এৰা নাই।পেট্ৰ’ল-ডিজেলৰ পৰা নেমু টেঙাটোলৈকে সকলোতে কেৱল মূল্যবৃদ্ধি। আকাশলংঘী দামৰ সাধাৰণ মানুহৰ আন্দোলন দে এনে অসহনীয় পৰিস্থিতি সন্দৰ্ভত এইবাৰ মন্তব্য দাঙি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উত্তৰপদেশক ধৰি আৰু চাৰি ৰাজ্যৰ বিধানসভাৰ ফলাফলৰ পিছতে যিধৰণে মূল্যবৃদ্ধি বঢ়াইছে বৰ্তমান পৰ্যান্তধৰি প্ৰত্যেক দিনাই মুল্য বঢ়াই আছে ভাৰত চৰকাৰে সাধাৰণ জনতাক কঙাল কৰি দিছে। অসমৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে মুল্যবৃদ্ধি ৰোধৰ বাবে ভাৰত চৰকাৰে পদক্ষেপ হাতত লৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, যোৱাকালি সমগ্ৰ ভাৰতে বুথ সমূহত পালন কৰা হয় বিজেপিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস। দলটোৰ প্ৰতিষ্ঠা দিৱসত আত্ম বলিদান দিয়া সকলক স্মৰণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতক বৈভৱশালী কৰিবলৈ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে। সাধাৰণ জনতাই মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়াৰ পিছত চচিয়েল মিডিয়াত এইদৰে দেখা গৈছে সমগ্ৰ সৰু পৰা ডাঙৰ বস্তু পেট্ৰলৰ পৰা ডিজেলকে মিঠাতেলৰ পৰা নিমখলৈ সকলোতে মুল্যবৃদ্ধি বঢ়াই কি দৰে মোদী চৰকাৰে বৈভৱশালী ভাৰত বনাব বুলি চচিয়েল মিডিয়াত তৰল কৰা দেখা গৈছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article