14.3 C
Munich
Thursday, August 11, 2022

The Government of Assam will be fully equipped within a year with about 1 lakh appointments under the Finance Minister.

Must read

অসম চৰকাৰ সম্পূৰ্ণ ৰূপে সাজু এবছৰৰ ভিতৰতে হ’ব প্ৰায় ১ লাখ নিযুক্তি পৰ্বঃ বিত্তমন্ত্ৰীৰ অধীনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্বাচনীৰ সময়ত প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিৱনুৱাক নিযুক্তি দিয়াৰ বাবে আগবাঢ়িছে অসম চৰকাৰ। এবছৰৰ ভিতৰতে হ’ব এক লাখ নিযুক্তি নিবনুৱা। তৃতীয়–চতুৰ্থ বৰ্গৰ পদৰ একেলগে হ’ব বাচনি পৰীক্ষা। ১ লাখ নিযুক্তি দিবলৈ সম্পূৰ্ণ ৰূপে সাজু অসম চৰকাৰৰ বিত্ত বিভাগ। কেবিনেট সিদ্ধান্ত অনুসৰি নিযুক্তি পৰ্বৰ বাবে গঠন আয়োগ। আযোগৰ নিয়ন্ত্ৰণত হ’ব নিযুক্তি পৰ্ব। এই কথা সদৰি কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে। আনহাতে, প্ৰতিগৰাকী শিশুয়ে লাভ কৰিব লাগিব অংগনাৱাড়ীৰ খাদ্য। পেকেট কৰা খাদ্য সকলো শিশুক প্ৰদানৰ নিৰ্দেশ। অংগনৱাড়ীৰ খাদ্যক লৈ অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ কঠোৰ নিৰ্দেশনা। কৰোণা মহামাৰীৰ বাবে বন্ধ হৈ আছিল অংগনাবাড়ীৰ শিশু সকলৰ খাদ্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ অংগণাৱাড়ীৰ কেন্দ্ৰৰ খাদ্য যোগানত নপৰে বুলিও মন্তব্য অজন্তা নেওগৰ। কৰোণা মহামাৰীৰ নোহোৱাৰ আগৰ দৰে অনুসৰি যোগান ধৰা হ’ব খাদ্য। The Government of Assam will be fully equipped within a year with about 1 lakh appointments under the Finance Minister. As per the election promise made by the Himanta Bishwa Sharma government, the government of Assam has taken steps to recruit 1 lakh new recruits. One lakh recruitments will be made within a year. Selection test for 3rd-4th class posts will be held simultaneously. The Finance Department of the Government of Assam is fully equipped to provide 1 lakh employment. Commission constituted for appointment period as per Cabinet decision. The appointment will be under the control of the commission. This was stated by Finance Minister Ajanta Neoge. On the other hand, every child should get Anganwadi food. Instructions to provide packaged food to all infants. Strict instructions from the Minister of Social Welfare to the Deputy Commissioner of Pratikhan District of Assam for Anganwari food. The food for all the children in Anganabari was cut off due to the Karuna epidemic. Ajanta Neogar also said that the impact of the price hike on essential commodities would not be felt in the food supply of the Anganwadi Center. Food will be provided in the same manner as before the outbreak of the Karuna epidemic.

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article