-1.9 C
Munich
Sunday, November 27, 2022

The government and the RJD, which were financially aggrieved by the Karuna epidemic, have not been able to find a way out of the situation.

Must read

কৰোণা মহামাৰিত ঢৌত আৰ্থিক ভাবে জৰুঙা হোৱা চৰকাৰ তথা ৰাইজে সকাহ পোৱা নাই আকৌ নতুন কৰি আহিছে কৰোণাত কৰি বেছি ডেনজাৰ অ’মিক্ৰনত।

The government and the RJD, which were financially aggrieved by the Karuna epidemic, have not been able to find a way out of the situation.


ভাৰতত অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃ্দ্ধি৷ ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰনত হঠাতে নতুনকৈ ১৭জন লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ দেওবাৰৰ দিনটোতে হঠাতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ডক্তৰ সকলোকে চিন্তাত পেলাইছে। কেন্দ্ৰীয় স্বাস্থ্য বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷
বিশেষকৈ আফ্ৰিকাৰ দেশসমূহৰ পৰা অহা যাত্ৰীসকলৰ দেহতেই এই ভাইৰাছ টো সংক্ৰমণে হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু দিল্লীত ধৰা পৰিছে অ’মিক্ৰনৰ আক্ৰান্ত লোক৷ ইয়াৰে ৭ জন মহাৰাষ্ট্ৰ, জয়পুৰৰ ৯জন আৰু দিল্লীৰ ১জন ব্যক্তিৰ আক্ৰান্ত হোৱাৰ পাছতে দেশত বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ২১জনলৈ৷ একেটা পৰিয়ালৰ চাৰিজনৰ দেহত ধৰা পৰিছে অ’মিক্ৰনৰ সংক্ৰমণ জয়পুৰত। তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল বুলি অৱগত কৰাই স্বাস্থা বিভাগক আৰু প্ৰশাসনক। তদুপৰি, জয়পুৰত আৰু পাঁচজনৰ দেহত অ’মিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে বুলি জানিব পৰা গৈছে। দেওবাৰে মহাৰাষ্ট্ৰত ৭জনৰ দেহত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰে। পুনে জিলাৰ এই ৭জনৰ ভিতৰত নাইজেৰিয়াৰ পৰা অহা এগৰাকী মহিলা আছে। মহিলাগৰাকীৰ ভাতৃৰ শৰীৰতো পোৱা গৈছে এই ভাইৰাছৰ। তদুপৰি, এই মহিলাগৰাকীৰ ভাতৃৰ দুই কন্যাও অ’মিক্ৰণত আক্ৰান্ত। ইয়াৰ উপৰি বিগত সপ্তাহত নিউলেণ্ডৰ পৰা উভতি অহা এগৰাকী ব্যক্তিৰ দেহতো ধৰা পৰিছে কভিডৰ অ’মিক্ৰণৰ সংক্ৰমণ। এই ভাইৰাছক লৈ ভাৰত চৰকাৰ তথা সমগ্ৰ বিশ্বতে চিন্তা পৰিছে।
English translation :-
 
The government and the RJD, which were financially aggrieved by the Karuna epidemic, have not been able to find a way out of the situation.
In India, the number of immigrants is increasing A new variant of Kavid, Amicron, has reportedly infected 18 new people. Doctors are worried about the sudden increase in the number of attacks on Sunday. It is learned that the Central Health Department has taken all possible measures.
 The virus has been found in the bodies of travelers, especially from African countries. Amicron-infected people have already been caught in Maharashtra, Rajasthan and Delhi. The number of victims in the country has risen to 21 after 6 people were attacked in Maharashtra, 9 in Jaipur and 1 in Delhi. Four members of the same family have been diagnosed with amyotrophic lateral sclerosis in Jaipur. The health department and the administration were informed that they were returning from South Africa. In addition, in Jaipur and five people have been found to be infected with amyotrophic lateral sclerosis. Amikran was found in the bodies of six people in Maharashtra on Sunday. One of the six women from Pune district is a Nigerian woman. The virus has also been found in the body of a woman’s brother. In addition, the two daughters of this woman’s brother are also affected by amyotrophic lateral sclerosis. In addition, a person returning from Newland in the past week has been diagnosed with covidar mucus infection. The Government of India and the world are concerned about this virus.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article