17.3 C
Munich
Wednesday, August 10, 2022

The driver of the auto rickshaw died on the spot after a huge tree hit him

Must read

ৰাষ্ট্ৰীয় ঘাইপথৰে চলন্ত অটোৰিক্সাত ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰিল থিতাতে মৃত্যু চালক জনৰ।

ৰাষ্ট্ৰীয় ঘাইপথ অটোৰিক্সা ওপৰতে প্ৰকাণ্ড গছ বাগৰি অটো চালক থিতাতে মৃত্যু

Todaytak:- ৰাষ্ট্ৰীয় ঘাইপথৰে চলন্ত অটোত প্ৰকাণ্ড গছ থিতাতে মৃত্যু চালক জনৰ। অতিকৈ দুখজনক ঘটনা। নেৰানেপাৰা বৰষুণে সাধাৰণ জনতাক স্তব্ধ কৰি পেলাইছে। নেৰানেপেৰা বৰষুণৰ বাবে ভুমিস্খলন ‌হৈ পৰে ব বিভিন্ন স্থান সমূহ। দুদিন পূৰ্বে গুৱাহাটী মহানগৰীত ভূমিস্খলন হৈ পাহাৰ মাটি খহি আহি এখন ঘৰত শুই থকা চাৰি জন শ্ৰমিকৰ ঘৰত পৰে ফলত চাৰিজন শ্ৰমিকে থিতাতে মৃত্যু হব লগা হয়। আজি পুনৰ বাৰ ভূমিস্খলন হৈ চলন্ত অটোৰিক্সাৰ ওপৰত প্ৰকাণ্ড গছ উঘলি অটোৰিক্সা ওপৰত পৰে।

অগ্নিনিৰ্বাক সন্মুখত ঘটনাটো সংঘটিত হয়

ফলত প্ৰকাণ্ড গছ অটোৰিক্সাৰ ওপৰত পৰাৰ বাবে অটোচালক জনৰ গুৰুত্বভাবে আঘাত প্ৰাপ্ত হয় ফলত মৃত্যু হব লগা হয়। আৰক্ষী জনোৱা মতে যোৱা বুধবাৰে দুপৰীয়াৰ সময়ত এই মম্ৰাতিক ঘটনাটো সংঘটিত হয় কৰিমগঞ্জত। জানিব পৰা মতে দুৰ্ঘটনাত পতিত অটােৰিক্সাৰ নম্বৰ AS-10AC-5197।

https://d8849rlky1wk4v3sh1itxl9kdv.hop.clickbank.net

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article