17.3 C
Munich
Wednesday, August 10, 2022

Salman Khan

Must read

বলিউডৰ ভাইজান ছলমাখান বিবাহ পাশত আবদ্ধ সোণাক্ষী লগত! চচিয়েল মিডিয়াত ভাইৰেল ফটো

বলিউডৰ ভাইদান ছলমান খানে গোপনে অভিনেত্ৰী সোণাক্ষী সিনহাৰ সৈতে বিবাহপাশত। ৫৬ বছৰীয়া অভিনেতাগৰাকীৰ বিবাহকলৈ‌ সমগ্ৰ ‌বিশ্বতে‌ বলীউডৰ দাবাং ছলমান খানৰ ‌বিবাহ‌ৰ কথা প্ৰায়ে চচিয়েল মিডিয়াত দেখা পৰিলক্ষিত হয়৷ ছলমান খানৰ পৰিয়াল তথা অনুৰাগী বন্ধু বান্ধুবী এই খবৰে যেন প্ৰভাৱ কৰিব পেলাব পৰা নাই ছলমান খানৰ ব্যক্তিগত জীৱনকো৷ কিন্তু এইবাৰ সকলোকে আচৰিত কৰি‌ ছলমান খান আৰু সোণাক্ষী সিনহাৰ এখন ফটোৱে অনুৰাগীৰ মাজত আৰু চচিয়েল মিডিয়াৰ ব্যাপক প্ৰচাৰ হোৱা দেখা গৈছে৷ দাবাং ভাইজানে বগা আৰু ক্ৰীম ৰঙৰ ব্লেজাৰ চুইটত আৰু ৰঙা শাৰী পৰিধান কৰা সোণাক্ষীৰ এখন ফটোৱে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে ব্যাপক প্ৰচাৰ। দৰা-কইনাৰ আভূষণেৰে থকা ফটোখনে অনুৰাগীক আচৰিত কৰি তুলিছে৷

ভাইজান ছলমান খানৰ ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো খন আৰৰ সত্যটো হ’ল যে এইটো এটা ভুৱা ফটোশ্বপ কৰা ছবি। তাৰকা ছলমান আৰু সোণাক্ষী দুয়োৰে মাজত গঢ়ি উঠা নাই তেনে কোনো সম্পৰ্ক৷ ছলমান খানৰ সোণাক্ষী সিনহাৰ আটাইতকৈ প্ৰিয় বন্ধু ভিতৰত এজন৷ তেওঁলোক দুয়োৰ মাজৰ বন্ধুত্ব গঢ় লৈছিল ২০১০ চনতেই। সোণাক্ষীয়ে ছলমান খানৰ লগত ‘দাবাং’ ছবিখনৰ জৰিয়তে অভিনয়ৰ পাতনি মেলিছিল সোণাক্ষী সিনহাৰ দাবাং পিছত পিছফালে ঘুৰি চাবলৈ হোৱা নাই এখনৰ পিছত এখন চুপাৰ হিট চিনেমা বলিউডৰ জগতত নাম কৰিবলৈ সক্ষম হৈছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article