1 C
Munich
Monday, December 5, 2022

শ্বাহৰুখ খানক ধ্বংস কৰিবলৈ আৰিয়ানক ড্ৰাগছৰ লগত জড়িত থকা বুলি ভূঞা ভাবে গ্ৰেপ্তাৰ কৰা হৈছিল নেকি? এনচিবিৰ জ্যেষ্ঠ বিষয়া সঞ্জয় কুমাৰ সিঙে স্পষ্টকৈ কয় যে আৰিয়ান খানক ড্ৰাগছৰ লগত জড়িত থকা বুলি কোনো প্ৰমাণ নাই।

Must read

Father and son

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ কৰাটো ভুল বুলি বিবৃতি দিলে এনচিবিৰ জ্যেষ্ঠ বিষয়া সঞ্জয় কুমাৰ সিঙে আৰিয়ানৰ গোচৰ

Todaytak news:- দিল্লী চহৰৰ এখন গাঁৱৰ সাধাৰণ ঘৰত জন্ম লাভ কৰা শ্বাহৰুখ খান। প্ৰায় ২০ বছৰ বয়সত শ্বাহৰুখ খানে মাকৰ পৰা সামান্য টকা লৈ মোম্বাই চহৰলৈ আহে। মোম্বাই চহৰত আহি শ্বাহৰুখ খানে বহু পৰিশ্ৰম আৰু কষ্টৰে বলিউডৰ জগতত খোচ পেলাই যদিও বিভিন্ন ঘাট-প্ৰতিঘাটৰ সন্মুখীন হব লগীয়া হয়। মোম্বাইত বলিউডৰ নিজৰ মনোবল তথা আত্মবিশ্বাস ৰাখি অভিনয় জগতত এটাৰ পিছত আন এটা কাম কৰি গৈ থাকে। বলিউডৰ অভিনয় জগতত এখন চলচ্চিত্ৰ অভিনয় কৰি পিছলৈ ঘুৰি নোচোৱাকৈ নিজৰ প্ৰতিভাৰে সমগ্ৰ বিশ্ববাসীৰ আৰ্শীবাদ তথা হৃদয়ত স্থান পাবলৈ সক্ষম হৈছিল অভিনেতা জন। নিজৰ প্ৰতিভাৰে মোম্বাইৰ বলিউড জগতত সেই সময়ৰ নামি-দামী অভিনেতা সকলৰ লগত তুলনা কৰিবলৈ বাধ্য কৰাইছিল নিজৰ অভিনয়ৰে। সমগ্ৰ বিশ্বতে শ্বাহৰুখ খানৰ প্ৰতিভাৰ আলোচনা কৰিবলৈ বাধ্য হৈছিল। অভিনয় ৪০০০ টকা মাকৰ পৰা লৈ আহি। ওলাই আহি অন্য ৰাজ্যত গৈ নিজৰ প্ৰতিভাৰে অভিনয় জগতত কঠোৰ পৰিশ্ৰম কৰি সমগ্ৰ লাখ লাখ লোকৰ হৃদয়ত স্থান ল’বলৈ সক্ষম হোৱা বলীউডৰ অভিনেতা যাৰ নামে সমগ্ৰ বিশ্বতে শ্বাহৰুখ খান বুলি ক’লে বাকি অভিনয়ৰ কথা কব নালাগে। বলীউডৰ বাচ্ছা তথা কিং খান বুলি সকলোৱে জানে। আজিৰ পৰা কেইমাহমান আগত বলীউডৰ তাৰকা শ্বাহৰুখ খানক দুৰ্বল কৰা বাবে এটা বৃহৎ লোকে টাৰ্গেট কৰি অভিনেতা জনৰ ডাঙৰ পুত্ৰ আৰিয়ান খানক ফচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল।

Dilip kumar and sahrukh kham

আজি কেইদিনমান আগত ড্ৰাগছৰ লগত জড়িত থকা বুলি আৰিয়ান খানক এনচিবিয়ে চমুকৈ (নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো), অভিনেতা জনৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰাখে আৰিয়ান খানক। এনচিবিয়ে চমুকৈ (নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো), উচ্চ পদবী বিষয়া সকলে আৰিয়ান খানক তদন্ত কৰি কিং খানৰ মান্নাত ঘৰতো এনচিবিয়ে (নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো), উচ্চ পদবীত কৰ্মৰত এটা দলে তদন্ত কৰে। কিন্তু তদন্তত আৰক্ষী বৃহৎ দলটো কোনো ধৰণৰ বেআইনী কোনো তথ্য পাবলৈ সক্ষম নহ’ল। এনচিবিয়ে (নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো), শ্বাহৰুখ খানৰ ডাঙৰ পুত্ৰ আৰিয়ান খানক আৰক্ষী জিম্মাৰ তৰফৰ পৰা জেলহাজোলৈ প্ৰেৰণ কৰে। আৰিয়ান খান প্ৰায় ২৭/২৮ দিন জেলত থাকিব লগীয়া হয়। শ্বাহৰুখ খানৰ তৰফৰ ভাৰতৰ সংবিধানৰ নিয়ম অনুসৰি উচ্চ ন্যায়ালয়ৰ নামজাদা উকীলক শ্বাহৰুখ খানে আৰিয়ান খানক ড্ৰাগছৰ বাবে গ্ৰেপ্তাৰ কৰা গোচৰ বিৰুদ্ধে বলিউডৰ কিং খানে প্ৰক্ষেপ কৰে। উচ্চ ন্যায়ালয়ৰ উকীল জনে প্ৰায় ২৭/২৮ দিনৰ ভিতৰত আৰিয়ান খানক জিম্মাত জেলৰ পৰা শ্বাহৰুখ খানৰ মান্নাত ঘৰলৈ আনিবলৈ সক্ষম হয়। উচ্চ ন্যায়ালয়ে আৰিয়ানক জিম্মাত জেলৰ পৰা ওলাই আহিবলৈ অনুমতি দিয়ে যদিও উচ্চ ন্যায়ালয়ৰ তৰফৰ কিছুমান চুক্তি দিয়া হৈছিল আৰিয়ান খানৰ বিৰুদ্ধে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সমূহ মানি চলিব বুলি উকীল জনে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অৱগত কৰে। পিছত উচ্চ ন্যায়ালয়ে উকিলক এজন আৰিয়ান খানৰ বাবে এজন ঘৰৰ জামিনদাৰক উচ্চ ন্যায়ালয়ত আনিবলৈ অনুমতি দিয়ে আৰিয়ান খানৰ উকীলক। উকীল জনে শ্বাহৰুখ খানক এজন জামিনদাৰ আনিবলৈ কয় বলিউডৰ অভিনেতা জনে তেওঁৰ আতাইকৈ ভাল বান্ধুবী জুহিচলাক আৰিয়ান খানৰ হকে জামিনদাৰ হিচাপে উচ্চ ন্যায়ালয়ৰ উকীল জনক লগ কৰাই দিয়ে। জুহিচলাৰ জিম্মাত উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ৰেহাই দিয়া হয়। উচ্চ ন্যায়ালয়ৰ তৰফৰ আৰায়ান খানক উচ্চ ন্যায়ালয়ৰ তৰফৰ গোচৰটো সম্পূৰ্ণ ভাবে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ৰায় নোহোৱা পৰ্যন্ত আৰায়ান খান ভাৰতৰ পৰা কোনো দেশত যাব নোৱাৰে লগতে আৰায়ান খানে সপ্তাহত এদিন এন চি বি কাৰ্যালয়ত আহি থকাৰ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে। উল্লেখ্য যে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো, চমুকৈ এনচিবিয়ে কিং খানৰ পুত্ৰ আৰিয়ান খানক ‘ড্ৰাগছ-অন-ক্ৰুজ’ গোচৰত দোষমুক্ত ঘোষণা কৰে৷ ড্ৰাগছবিৰোধী সংস্থাটোৱে বিগত বৰ্ষত মুম্বাইৰ পৰা এখন ক্ৰুজ জাহাজত ড্ৰাগছ পোৱাৰ পাছত ১৪জন অভিযুক্তৰ নাম লৈ ৬,০০০ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰিছে৷ এনচিবিৰ জ্যেষ্ঠ বিষয়া স্পষ্ট কৰি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে ক্ৰুজ জাহাজত ড্ৰাগছ অভিযানৰ পাছত গ্ৰেপ্তাৰ হোৱা আৰিয়ান খানক এই অভিযোগপত্ৰত অভিযুক্ত হিচাপে চিহ্নিত কৰা হোৱা নাই। এনচিবিৰ জ্যেষ্ঠ বিষয়া সঞ্জয় কুমাৰ সিঙৰ এটা বিবৃতিত উল্লেখ কৰা হৈছে যে আৰিয়ান খান আৰু মোহকৰ বাহিৰে সকলো অভিযুক্ত ব্যক্তিৰ ওচৰত নিচাজাতীয় সামগ্ৰী পোৱা গৈছিল। উক্ত ঘটনাটোত আৰিয়ান খানক এনেকুৱা কৰি হাৰাশাস্তি কৰাটো উচিত হোৱা নাই বুলি বিষয়া জনে কয়।

NCB’s internal report in Aryan case: SIT said – Aryan seems to have been implicated intentionally, his WhatsApp chat was read illegally

Aryan khan

Todaytak news:- Was Aryan arrested for drug involvement to destroy Shah Rukh Khan? Senior NCB officer Sanjay Kumar Singh made it clear that there was no evidence that Aryan Khan was involved in drugs. On the night of 2 October 2021, NCB arrested Aryan Khan on charges of drug-taking and horse-trading after a raid on a rave party going on in Cordilia cruise ship going from Mumbai to Goa. Shahrukh Khan’s son Aryan Khan has been proven innocent in the cruise drugs case. The Narcotics Control Bureau has neither found any evidence against him nor has any witness accepted the supply of drugs to him. After Aryan’s innocence, questions are now being raised whether NCB deliberately tried to implicate Aryan. This claim has also been made in an internal report of NCB itself. The case was handed over to the Special Investigation Team (SIT) of the NCB after the bribery controversy arose in the Cruise case. The SIT in one of its internal reports has questioned the investigation officer of the case. According to the report, the SIT said, “It seems that the investigating officers somehow wanted to implicate Aryan, son of actor Shahrukh Khan, in the drugs case.” Before going ahead give your opinion by participating in a poll… read whatsapp chat in phone without confiscating
The report further said- ‘It is very strange that despite Arbaaz Merchant saying that Aryan has nothing to do with drugs, the Investigation Officer read his WhatsApp chat without officially confiscating Aryan’s phone. ‘ Arbaaz is a friend of Merchant Aryan, from whom the NCB had allegedly recovered six grams of charas. Court can also raise question mark on Investigation Officer The SIT report further stated that there were many flaws in the way NCB worked. During the trial, the intentions of the investigating officers in the court may be questioned. Courts are generally very lenient with those who have not recovered drugs and have no solid evidence against them. In such a situation, the way of working of NCB can weaken the case. The officer who arrested Aryan was Sameer Wankhede and he was also investigating the case initially. The officer who arrested Aryan was Sameer Wankhede and he was also investigating the case initially. Aryan refused to take drugs on cruise The SIT report further states, ‘Merchant told the investigating officer that Aryan was aware that he (Merchant) used to take drugs at times. Merchant has also said that Aryan asked her not to carry hash (drugs) on the cruise. Aryan had said that NCB is very active and they (Merchant) could be in trouble. In October last year, Merchant admitted to keeping charas in his shoes, but denied that it was meant for Aryan and others. Mumbai Police also closed the investigation of cruise case After the clean chit of NCB, now the Mumbai Police has also stopped the investigation of the cruise drugs case. Let us tell you that the Mumbai Police was also investigating the matter. However, no arrest has been made from their side. Mumbai Police has said that no case has been registered on their behalf and evidence is yet to be found in this case.Aryan had to stay in Arthur Road Jail for 26 days after his arrest. Aryan had to stay in Arthur Road Jail for 26 days after his arrest. Was taken into custody on 2 October Let us inform that on the night of 2 October, after raiding the rave party going on Cordelia cruise ship going from Mumbai to Goa, many people including Munmun Dhamecha, Arbaaz Merchant along with Aryan Khan were detained for taking drugs and trading. Had taken. Aryan and his associates were granted bail on October 28. While granting bail, the court had said that Aryan Khan will have to make an appearance at the NCB office every week.

Action should be taken against those falsely implicated: Home Minister Patil
Home Minister Dilip Walse Patil has said that the clean chit given to Aryan in the chargesheet proves that there was no truth in this case. I think the Center should also pay attention to this and take action against the concerned. If anyone is doing the work of falsely implicating an innocent person, then action should be taken against them. A senior NCB official clarified to the media that Aryan Khan, who was arrested after a drug raid on a cruise ship, was not named as an accused in the chargesheet. A statement by senior NCB officer Sanjay Kumar Singh said that narcotics were found in the possession of all the accused persons except Aryan Khan and Mohak. The officer said Aryan Khan should not have been harassed in this way.

SHARE THIS POST SOCIAL MEDIA.

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article