17.3 C
Munich
Wednesday, August 10, 2022

Right to information act 2005 (captre-25)

Must read

কোনবোৰ তথ্যক তথ্যৰ অধিকাৰ আইনৰ পৰা ৰেহাই দিছে। উত্তৰ:- তথ্যৰ অধিকাৰ আইন ২৪ ধাৰাৰ অধীনত কিছুমান কেন্দ্ৰীয় আৰু ৰাজ্যিক চোৰাংচোৱা আৰু নিৰাপত্তা সংন্থাক তথ্যৰ অধিকাৰ আইনৰ অধীনত ৰখা হোৱা নাই। এই সংন্থাসমূহ হ’ল:- ২২ টা চৰকাৰৰ অধীনৰ সংন্থা হ’ল- চোৰাংচোৱা সংস্থা, ২) কেবিনেট সচিবালয়ৰ গৱেষণা আৰু বিল্লেষণা শাখা ৩) ৰাজহ চোৰাংচোৱা সঞ্চালকালয় ৪) কেন্দ্ৰীয় অৰ্থনৈতিক চোৰাংচোৱা সংন্থা, ৫) নিয়ম বলবৎকৰণ কৰা সঞ্চালকালয়, ৬) নিচাযুক্ত দ্ৰব্য সংন্থা ৭) অনুসন্ধা কেন্দ্ৰ ৮) বিশেষ সীমান্তবাহি, ৯) সীমান্ত সুৰক্ষা বাহিনী ,১০) কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ১১) ভাৰত তিব্বত সীমা আৰক্ষী ১২) কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনী ১৩) ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী ১৪) ৰাজ্যৰ ৰাইফল ১৫) সশস্ত্ৰ সীমা বল ১৬) বিশেষ শাখা (চি আই ডি) আন্দামান ১৭) অপৰাধ শাখা, দাদৰা নগৰ হাভেলী ১৮) বিশেষ শাখা লাক্ষাদ্বীপ আৰক্ষী, ১৯) বিশেষ নিৰাপত্তা ২০) প্ৰতিৰক্ষা অনুসন্ধান আৰু উন্নয়ন সংন্থা ২১) সীমান্ত পথ উন্নয়ন বৰ্ড ২২) বিত্তীয় চোৰাংচোৱা শাখা, ভাৰত। ৯তা ৰাজ্যিক চৰকাৰৰ সংন্থা হল- ১) বিশেষ শাখা-ৰাজ্য আৰক্ষী ২) অপৰাধা অনুসন্ধান শাখা ৩) অৰ্থনৈতিক অপৰাধ ৪) ৰাজ্য আৰক্ষী বিটেলিয়ান ৫) ৰাজ্য আৰক্ষী বিশেষ বাহিনী ৬) ভাৰতীয় সংৰক্ষিত বাহিনী ৭) কমাণ্ডো বাহিনী ৮) ৰাজ্যৰ গৃহৰক্ষী বাহিনী ৯) ৰাজ্য আৰক্ষী সীমান্ত সংন্থা। অৱশ্যে দুৰ্নীতি আৰু মানৱ অধিকাৰ উলংঘাৰ অভিযোগ থকা তথ্যবোৰ দিবৰ বাবে এই সংস্থাবোৰ বাধ্য থাকিব। তদুপৰি কেন্দ্ৰীয় ৰাজ্যিক তথ্য আয়োগৰ অনুমোদন লৈহে মানব অধিকাৰ উলঘাংৰ অভিযোগ সম্পৰ্কে তথ্য আবেদন পোৱাৰ ৪৫ দিনৰ ভিতৰত দিব পাৰিব।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article