1 C
Munich
Monday, December 5, 2022

প্ৰাক্তন মুখ্যমন্ত্ৰী ডাউন টাউন ভৰ্তি

Must read

প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ, চিকিৎসালয়ত ভৰ্তি… প্ৰাক্তন মুখ্যমন্ত্ৰী।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী

Todaytak :- যোৱা নিশা হঠাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ হৈ পৰে গুৰুতৰভাৱে অসুস্থ মহন্তক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক। নিশা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰাব লগীয়া হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক। বৰ্তমান ডাউন টাউন হস্পিটালত চিকিৎসাধীন হৈ আছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article