শ্বাহৰুখ খানে অভিনয় কৰা পাঠান ছবি খনে এদিনত ৬০ কোটি টকা উপাৰ্জন কৰে বুলি জানিব পৰা গৈছে।
Todaytak news :- বলিউডৰ কিং খান তথা শ্বাহৰুখ খানে ৫ বছৰৰ পিছত বলিউডৰ চিনেমাত অভিনয় কৰে। বলিউডৰ ছবি সমূহ বয়কট কৰি আছিল একাংশ লোকে। বলিউডত বহু দিন ধৰি ট্ৰল হৈ আছিল। কিন্তু বলিউডৰ বাচ্চা পাথান চিনেমাত অভিনয় কৰি বলিউডৰ বেয়া ফালৰ পৰা ভালৰ ভালে আনিব পৰা বুলি একাংশ মহলাত চৰ্চা হোৱা পৰিলক্ষিত দেখা গৈছে। পাথান চিনেমা খনৰ প্ৰথম গানটো মুক্তি দিয়াৰ পিছত একাংশ লোকে শ্বাহৰুখ খানৰ চিনেমা খন বন্ধ কৰিবলৈ প্ৰতিবাদ কৰা দেখা গৈছিল। যোৱা কালি মুক্তিৰ পাছত ভাৰত তথা অন্যান্য দেশৰ জনতাই পাঠান ছবি আকোঁৱালি লোৱা দেখা গৈছে। ভাৰতীয় হিন্দী ভাষাৰ

চোৰাংচোৱা-থ্ৰিলাৰ ছবি। ভাৰতত গণৰাজ্য দিৱসৰ এদিন পূৰ্বে ২০২৩ চনৰ ২৫ জানুৱাৰীত ছবিখন থিয়েটাৰত মুক্তি পাই। খবৰ অনুসৰি পাঠান ছবি খনে বহু ৰেকৰ্ড ভঙ্গ কৰিবলৈ সক্ষম হৈছে। এদিন প্ৰায় ৬০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম SRK পাঠান ছবি খনে। কিছুমান খবৰ অনুসৰি ছবিখনৰ আগতীয়া বুকিঙৰ ফলাফলৰ ভিত্তিত পাঠান বক্স অফিচৰ সংগ্ৰহ ₹১০০ কোটিৰো অধিক বুলি অনুমান কৰিব পাৰি। ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, আৰু চিত্ৰনাট্যকাৰ, সিদ্ধাৰ্থ আনন্দই ছবিখন পৰিচালনা কৰিছিল। ইয়াৰ প্ৰযোজক ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আদিত্য চোপ্ৰাই যশ ৰাজ ফিল্মছৰ প্ৰযোজনাত। বিভিন্ন প্ৰান্তৰ থিয়েটাৰ সমূহত ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নিশা ১২.৩০ বজালৈ। ৰাইজে চিনেমা খন উপভোগ কৰাৰ পিছত বয়কট কৰিব বিচৰা লোক সকলে ট্ৰল হৈ পৰে।
Youtube channel link 🔗https://youtu.be/nzbgJuOiics