26.6 C
Munich
Thursday, August 11, 2022

Five members of the same family die in a tragic road accident on the National Highway.

Must read

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা কৰুণ    

    মৃত্যু একেটা পৰিয়ালৰ ৫ জন ব্যক্তিৰ।
 
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৫ জন সদস্যৰ কৰুণ মৃত্যু‌ আকোঁৱালি ল’ব লগা হয়।
বলবলা গধাবৰীত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে। ১৭ ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকীয়া বাহনৰ সন্মুখৰ সংঘৰ্ষৰ হোৱাৰ ফলত একঘৰ পৰিয়ালৰ পাচ (৫) জনকৈ ব্যক্তিৰ মৃত্যু হয়।
ইয়াৰ উপৰিও আন দুজন লোকো গুৰুতৰভৱে আহত হৈছে বুলি স্থানীয় ব্যক্তিৰ পৰা জানিব পৰা গৈছে। নিহত ৫ ক্ৰমে আব্দুৰ ৰহিম, ছবুৰা খাতুন, নাজমা খাতুন, ছোহেইল ৰহমান, আৰু জহেল ৰহমান। আঘাতপ্ৰাপ্ত হোৱা দুয়োজনকে তৎকালীন ভাবে হাস্পতাললৈ ভৰ্তি কৰা হয়।
দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনৰ নম্বৰ ক্ৰমে এএছ ০১ ডিইউ ১৪২৬ আৰু এএছ ২৩ এম ৬৫০১। ঘটনাত উপস্থিত থকা স্থানীয় ব্যক্তিৰ অভিযোগ অনুসৰি এঘন্টা পলমকৈ উপস্থিত হয় এম্বুলেন্সৰ গাড়ী লগতে আৰক্ষীৰ লোক সকল।
Five members of the same family die in a 
     tragic road accident on the National 
                         Highway.
 
The tragic death of 5 members of the same family in a road accident on National Highway No. 18 has to be taken into consideration.
 This terrible accident happened in Balbala Gadhabari. At least five (5) members of a single-family family have been killed in a head-on collision between four wheelers on the 18th National Highway.
 In addition, two other people were seriously injured, according to locals. The deceased have been identified as Abdur Rahim, Chhabura Khatun, Nazma Khatun, Sohail Rahman and Jahel Rahman. The injured were rushed to a nearby hospital.
 The number of the vehicle involved in the accident is AS01DU1426 and AS23M7501 respectively. According to a local person present at the scene, the ambulance and police personnel arrived an hour late.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article