1 C
Munich
Monday, December 5, 2022

অক্ষয় কুমাৰে কিয় মাফ খুজিবলৈ বাধ্য হ’ল।

Must read

বলিউডৰ তাৰকা সকলে চলচ্চিত্ৰত চৰিত্ৰ অভিনয় আৰু বাস্তৱৰ মাজত পাৰ্থক্য থাকে বাস্তৱত এই সকল অভিনেতাই ধনৰ বিনিময়ত যুৱকক ক্ষতিকাৰক বিজ্ঞাপনৰ প্ৰচাৰ কৰিব পাৰে।

অক্ষয় কুমাৰে গুটখা বিজ্ঞাপনৰ প্ৰচাৰ ভুল পদক্ষেপ বুলি টুউটাৰে যোগে ভাৰতবাসীৰ ওচৰত মাফ খুজিলে।

বলিউডৰ নামী দামি তাৰকা সকলে এখন চলচ্চিত্ৰত অভিনয়ৰ বাবে কিমান কোটি টকা লয় সেই কথাটো কোৱাৰ প্ৰয়োজন নাই। বলিউডৰ তাৰকা সকলে চলচ্চিত্ৰত যিধৰণে অভিনয় কৰে সকলো মানুহে অভিনেতা সকলৰ প্ৰসঙ্গ কৰা দেখা যায়। কিন্তু বাস্তৱত যে এই সকল অভিনেতাই ধনৰ বাবে যে যুৱকক ক্ষতি হোৱা বিজ্ঞাপন কৰিব সকলো সময়তে দেখা পাই আহিছো। শেহতীয়াকৈ অক্ষয় কুমাৰক চচিয়েল মিডিয়াত ইতিকিং কৰা পৰিলক্ষিত হৈছে। ভাৰত তথা সমগ্ৰ বিশ্ববাসীয়ে জানে এখন চলচ্চিত্ৰ অভিনয়ৰ বাবে কিমান কোটি টকা লয় জনপ্ৰিয় অভিনেতা সকলে।‌ শেহতীয়াকৈ চচিয়েল মিডিয়াত অক্ষয় কুমাৰক অনুৰাগী সকলে অক্ষয় কুমাৰলৈ ট্ৰৰল কৰা দেখা গৈছে। অক্ষয় কুমাৰে বহু দিন আগত সংবাদ মাধ্যমৰ যোগেৰে কৈছিল যে যুৱক সকলক ক্ষতি কৰা গুটখা বা সাধাৰণ মানুহক ক্ষতি হোৱা কোম্পানীৰ তৰফৰ পৰা বহু কোটি টকাৰ অফাৰ আহিলেও প্ৰচাৰ নকৰে বুলি মন্তব্য কৰা দেখা গৈছিল। শেহতীয়াকৈ অক্ষয় কুমাৰৰ সংবাদ মাধ্যমত দিয়া মন্তব্যটো চচিয়েল মিডিয়াত ব্যাপক ভাবে প্ৰচাৰৰ হোৱা দেখা গৈছে বৰ্তমান। অভিনেতা জনৰ অতীতৰ ভিডিঅ’ ব্যাপকভাবে প্ৰচাৰ হোৱা মুল কাৰণটো হ’ল অক্ষয় কুমাৰে আজি কেইদিনমান আগতে বিমল গুটখা বিজ্ঞানপন প্ৰচাৰ কৰা দেখা গৈছে। সকলো লোকে অক্ষয় কুমাৰৰ সেইটো ভিডিঅ’ অভিনেতা জনৰ টুউটাৰত আপলোড কৰা দেখা গৈছে। অভিনেতা জনে বিমল গুটখা বিজ্ঞাপন প্ৰচাৰ পিছতে সমগ্ৰ দেশতে অভিনেতা জনক সমালোচনা কৰা দেখা গৈছে। সমালোচনা দেখি অক্ষয় কুমাৰে যোৱাকালি টুউটাৰে যোগে বিমল গুটখা বিজ্ঞানপন প্ৰচাৰ কৰা ভুল হৈছে বুলি সমগ্ৰ ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ’ল। অভিনেতা জনে শেহতীয়াকৈ টুউটাৰ যোগে কয় যে মই বিমল ইলাচি প্ৰচাৰ কৰাটো ভুল হোৱা বুলি স্বীকাৰ কৰে। আৰু অভিনেতা জনে কয় ভৱিষ্যতৰ দিন সমূহত বিমল ইলাচিৰ প্ৰচাৰৰ সৈতে জড়িত নাথাকো বুলি প্ৰতিশ্ৰুতি দিয়ে। অক্ষয় কুমাৰে কয় বিমল ইলাচি কোম্পানীৰ পৰা চুক্তি পত্ৰ কৰি যিখিনি ধন পাইছিলো সমস্ত ধনখিনি যিকোনো মহৎ কামত দান কৰিম বুলি অনুৰাগী সকলক লগতে ভাৰতবাসীৰ ওচৰত কয়। নামী দামি তাৰকা সকলে এখন চলচ্চিত্ৰত অভিনয়ৰ বাবে কিমান কোটি টকা লয় সেই কথাটো কোৱাৰ প্ৰয়োজন নাই। বলিউডৰ তাৰকা সকলে চলচ্চিত্ৰত যিধৰণে অভিনয় কৰে সকলো মানুহে অভিনেতা সকলৰ প্ৰসঙ্গ কৰা দেখা যায়। কিন্তু বাস্তৱত যে এই সকল অভিনেতাই ধনৰ বাবে যে যুৱকক ক্ষতি হোৱা বিজ্ঞাপন কৰিব সকলো সময়তে দেখা পাই আহিছো। শেহতীয়াকৈ অক্ষয় কুমাৰক চচিয়েল মিডিয়াত ইতিকিং কৰা পৰিলক্ষিত হৈছে। ভাৰত তথা সমগ্ৰ বিশ্ববাসীয়ে জানে এখন চলচ্চিত্ৰ অভিনয়ৰ বাবে কিমান কোটি টকা লয় জনপ্ৰিয় অভিনেতা সকলে।‌ শেহতীয়াকৈ চচিয়েল মিডিয়াত অক্ষয় কুমাৰক অনুৰাগী সকলে অক্ষয় কুমাৰলৈ ট্ৰৰল কৰা দেখা গৈছে। অক্ষয় কুমাৰে বহু দিন আগত সংবাদ মাধ্যমৰ যোগেৰে কৈছিল যে যুৱক সকলক ক্ষতি কৰা গুটখা বা সাধাৰণ মানুহক ক্ষতি হোৱা কোম্পানীৰ তৰফৰ পৰা বহু কোটি টকাৰ অফাৰ আহিলেও প্ৰচাৰ নকৰে বুলি মন্তব্য কৰা দেখা গৈছিল। শেহতীয়াকৈ অক্ষয় কুমাৰৰ সংবাদ মাধ্যমত দিয়া মন্তব্যটো চচিয়েল মিডিয়াত ব্যাপক ভাবে প্ৰচাৰৰ হোৱা দেখা গৈছে বৰ্তমান। অভিনেতা জনৰ অতীতৰ ভিডিঅ’ ব্যাপকভাবে প্ৰচাৰ হোৱা মুল কাৰণটো হ’ল অক্ষয় কুমাৰে আজি কেইদিনমান আগতে বিমল গুটখা বিজ্ঞানপন প্ৰচাৰ কৰা দেখা গৈছে। সকলো লোকে অক্ষয় কুমাৰৰ সেইটো ভিডিঅ’ অভিনেতা জনৰ টুউটাৰত আপলোড কৰা দেখা গৈছে। অভিনেতা জনে বিমল গুটখা বিজ্ঞাপন প্ৰচাৰ পিছতে সমগ্ৰ দেশতে অভিনেতা জনক সমালোচনা কৰা দেখা গৈছে। সমালোচনা দেখি অক্ষয় কুমাৰে যোৱাকালি টুউটাৰে যোগে বিমল গুটখা বিজ্ঞানপন প্ৰচাৰ কৰা ভুল হৈছে বুলি সমগ্ৰ ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ’ল। অভিনেতা জনে শেহতীয়াকৈ টুউটাৰ যোগে কয় যে মই বিমল ইলাচি প্ৰচাৰ কৰাটো ভুল হোৱা বুলি স্বীকাৰ কৰে। আৰু অভিনেতা জনে কয় ভৱিষ্যতৰ দিন সমূহত বিমল ইলাচিৰ প্ৰচাৰৰ সৈতে জড়িত নাথাকো বুলি প্ৰতিশ্ৰুতি দিয়ে। অক্ষয় কুমাৰে কয় বিমল ইলাচি কোম্পানীৰ পৰা চুক্তি পত্ৰ কৰি যিখিনি ধন পাইছিলো সমস্ত ধনখিনি যিকোনো মহৎ কামত দান কৰিম বুলি অনুৰাগী সকলক লগতে ভাৰতবাসীৰ ওচৰত কয়।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article