1 C
Munich
Monday, December 5, 2022

কেন্দ্ৰীয় বতৰ বিজ্ঞানীৰ তৰফৰে বৃষ্টিপাত ধুমুহা দেশৰ বিভিন্ন প্ৰানন্ত চলি থাকিব।

Must read

।।মানুহৰ ব্যৱসায় বাণিজ্য সকলো বন্ধ।।

Todaytak news :- ভাৰতৰ কেন্দ্ৰীয় বতৰ বিজ্ঞানীসকলে সকলে অসম তথা মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে লগতে অসমৰ লগত দাঁতি-কাষৰীয়া অঞ্চল সমূহত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট। ভাৰতৰ বিভিন্ন বিভিন্ন ৰাজ্যত ধাৰাষাৰ বতাহ বৰষুণ বৃষ্টিপাত, বান, ধুমুহাৰ বাবে বিভিন্ন ক্ষয়-ক্ষতি হোৱা দেখা গৈছে বৃষ্টিপাতৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন। অসমতো বিভিন্ন জিলাত পানীয়ে আবৰি ধৰিছে আনকি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বাইহাটা চাৰিআলিৰ পৰা মঙ্গলদৈ যোৱা মূল ৰাস্তাটোৰে যাতায়াত বন্ধ কৰিব লগা পৰিস্থিতি হৈছে পানীৰ বাবে। কেন্দ্ৰীয় বতৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি, আগন্তুক দিনটো দেশৰ বিভিন্ন স্থানত ধুমুহা আৰু বৃষ্টিপাত হোৱাৰ সম্ভাৱনা দেখা গৈছে বুলি জানিবলৈ দিয়ে।পশ্চিমবংগৰ দক্ষিণ-পশ্চিম ক্ষেত্ৰ আৰু আন্দামানৰ সাগৰীয় এলেকাসমূহত ২-৩ দিনৰ বাবে ধুমুহা, ধাৰাসাৰ বৃষ্টিপাত, বজ্ৰপাতৰ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞানে। ৰাজ্যৰ বিভিন্ন অঞ্চলত পানীৰ বাবে যাতায়াত বন্ধ বেপাৰ বাণিজ্য বন্ধ কৰিব লগা হৈছে। ধুমুহা বৃষ্টিপাতে মানুহৰ জীৱন স্তৱ কৰি পেলাইছে।

।।বতৰ বিজ্ঞানী তৰফৰ পৰা বৃষ্টিপাত কিছুদিন থাকিব।।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article