-1.9 C
Munich
Sunday, November 27, 2022

ভাৰতৰ অপেনাৰ প্ৰাক্তন ক্ৰিকেটাৰ ৬০ বছৰ ৩৭ বছৰীয়া ছোৱালীক দ্বিতীয় বাৰ বিবাহ পাশত আবদ্ধ অহা ২ মে’

Must read

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট ৬৬ বয়স কিন্তু ক্ৰিকেটাৰজনে পুনৰ দ্বিতীয় বিবাহত আবদ্ধ হ’ব মাত্ৰ ৩৭ বয়সৰ ছোৱালী এজনীৰ লগত

Todaytak :- ৬০ বছৰ বয়স হোৱা ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৩ কুৰি বয়স হোৱাৰ পিছতো দ্বিতীয়বাৰ বিবাহ পাশত আবদ্ধ হ’ব মন মিলিছে। অহা ২ মে’ত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অৰুণ লালে। বুঢ়া বয়সত বিবাহপাশত আবদ্ধ হ’বলৈ ভাবিছে প্ৰথম পত্নী বৰ্তমান জীৱিত। তথাপিও পুনৰ বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছে এসময়ৰ ভাৰতৰ হয় অপেনিং বেটছমেন অৰুণ লাল। কইনাৰ নাম বুলবুল সাহা, বয়স মাত্ৰ ৩৭ বছৰ। দুয়োৰে প্ৰেমত পৰিছিল পুৰ্বে প্ৰেমৰ ২ মে’ত কলকাতাত অনুষ্ঠিত হ’ব বিবাহৰ অনুষ্ঠান। জানিব পৰা মতে, ইতিমধ্যে ২মে বিবাহলৈ অতিথিসকলক আমন্ত্ৰণ জনোৱা কাম তীব্ৰ গতিত চলি আছে। ভাৰতৰ প্ৰাক্তন অধিনায়ক প্ৰাক্তন বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীকো বিয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে বুলি চচিয়েল মিডিয়াত ৬০ বছৰ বিবাহ পাশত আবদ্ধ হ’ব মন মিলা প্ৰাক্তন ক্ৰিকেটাৰ জনে জনাই। জানিব পৰা মতে, অৰুণ লাল আৰু বুলবুলৰ পূৰ্বেই আইনৰ অধীনত বিবাহ পাশত আবদ্ধ হৈছিল, এতিয়া সামাজিকভাৱে বিহাহত বহিব বুলি জনাই। প্ৰথম পত্নী তথা ৰীণা বৰ্তমান শাৰীৰিক ভাবে অসুস্থ হৈ দুৰ্বল হৈ পৰিছে। প্ৰথম পত্নী অসুস্থ হৈ দুৰ্বল হোৱা বুলি নতুন কৰি বিবাহ পাশত আবদ্ধ হোৱা ৩৭ বছৰীয়া পত্নীও জানে। দ্বিতীয় পত্নী বুলবুলে জানিব দিয়া মতে বুলবুলে প্ৰথম পত্নী ৰীণা দেৱীক সকলো ফালৰ পৰা সহায় তথা যত্ন কৰিব বিয়াৰ পিছত।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article