
সচা প্ৰেমত অন্ধ হৈ যুৱক এজনে নিজৰ লিংগ সলনি কৰি যুৱটি হ’ল পিছত প্ৰিমিক স্বামীয়ে পলায়ন অসহায় হৈ যুৱটি আৰক্ষীৰ কাষত
Todaytak:- সচা ভাল পোৱাৰ বাবে প্ৰেমিকাই যিকোনো ভয়ানক সিদ্ধান্ত ল’ব পাৰে। প্ৰেমত অন্ধ হয় এজন যুৱকে সলনি কৰিলে লিংগ। নিজৰ লিংগ সলনি কৰি ৰবি নামৰ পৰা ৰিয়া নাম হ’ল গৈ যুৱক জনৰ। পিছত নিজৰ লিংগ সলনি কৰি ভয়ানক বিপদত পৰিল লিংগ সলনি কৰা যুৱকজন। বিপদত পৰি যুৱক জনে এতিয়া আৰক্ষীৰ সহায় বিচাৰি আৰক্ষী কাষ চাপিছে। এই ঘটনা ভাৰত বৰ্ষৰ পঞ্জাৱ ৰাজ্যৰ অমৃতসৰৰ নামৰ গাওৰ। প্ৰেমিক যুৱকৰ সৈতে বিয়া বহাৰ সপোন দেখি ৰবি নামৰ যুৱকজনে প্ৰায় ৮ মাহ পূৰ্বে অস্ত্ৰোপ্ৰচাৰৰ কৰি নিজৰ লিংগ সলনি কৰি যুৱতী হৈছিল। অতিকৈ দুষ লগা ঘটনা যে যুৱক জনে লিংগ সলনি কৰাৰ পাছতে সলনি হ’ল প্ৰিমজন। জানিব পৰা মতে প্ৰায় ৩ বছৰ পূৰ্বে অৰ্জুন নামৰ এজন যুৱকৰ সৈতে চিনাকি হৈছিল ৰবিৰ পৰা ৰিয়া হোৱা যুৱক জনে। চিনাকিৰ পাছত দুজনে ভাল বন্ধুত্বই গঢ় লয় আৰু সেই বন্ধুত্বই দিনকে দিনে ইটো সিটো ভালপোৱাৰ দিষে আগবাঢ়ি যায়। প্ৰেমৰ পিছত দুয়োজনে ৰিলেচনশ্বিপলৈ আগবাঢ়ে। ধুৰন্ধৰ অৰ্জুনে ৰবিক লিংগ সলালে দুয়োজনে বিবাহ পাশত আবদ্ধ হ’ব বুলি প্ৰতিস্থিতি দিয়ে। প্ৰেমিক অৰ্জুনৰ কথামতেই ৰবিয়ে লিংগ সলাই এগৰাকী যুৱতী হয়। ৰবিৰ পৰিবৰ্তে ৰিয়া নামটো প্ৰিমিক যুৱক জনে অৰ্জুনেই দিয়ে। তাৰপাছত দুয়ো বিবাহপাশত আৱদ্ধ হয়। লিংগ সলাই যুৱটি অৰ্থাৎ অৰ্জুনৰ পত্নীয়ে নিজৰ স্বামী অৰ্জনক কৈছিল ‘মদ-চিগাৰেট এৰিবলৈ’, পত্নী মদ চিগাৰেট এৰাৰ কথা কোৱাৰ বাবে স্বামীয়ে নিজৰ ঘৰ পত্নীৰ পৰা আতৰি ১৪ বছৰে বাস কৰিছে বিমানবন্দৰত আৰক্ষীয়ে জানিব দিয়া মতে ৰিয়াই কোৱা অনুসৰি অৰ্জুনৰ পৰিয়ালৰ সদস্য সকলেও ৰবি(ৰিয়া)ক অৰ্জনৰ পত্নী বুলি স্বীকৃতি দিছিল। কিন্তু কেইদিনমান পাছতেই স্বামী অৰ্জুনৰ মন সলনি হয়। প্ৰেমৰ নামত নিজৰ লিংগ সলনি কৰা ৰিয়াক এৰি পলায়ন কৰে অৰ্জুনে। স্বামী অৰ্জুনে পত্নী ৰিয়াক কয় যে এই সম্পৰ্ক আৰু আগবঢ়াই নিব নোৱাৰো। কাৰণ এই সম্পৰ্কৰ ফলত বংশ আগ নাবাঢ়ে। স্বামী অৰ্জুনে আনকি ৰিয়াক কিন্নৰ সমাজত গটাই দিব বিচাৰিছিল বুলি আৰক্ষীক ৰিয়াই জনাই। ৰিয়াই এজেহাৰৰ ভিত্তিত পাঞ্জাৱ আৰক্ষীয়ে অৰ্জুনৰ সন্ধানত নামি পৰিছে। আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অৰ্জনক ধৰাৰ পিছত দুয়ো পক্ষৰ ভাষ্য গ্ৰহণৰ পাছতে গোচৰৰ তদন্ত আগবাঢ়িব বুলি কয়। লিংগ সলাই ৰবিৰ পৰা ৰিয়াই এই সন্দৰ্ভত কয় যে ”মই অৰ্জুনৰ সৈতে থাকিব বিচাৰো। মই নিজৰ এই দাবীত অটল থাকিম। মই অৰ্জনক সচা ভাল পাইছিলো অৰ্জনে মোক কোৱাৰ বাবে লিংগ সলাইছো অৰ্জনৰ বাবে সকলো ত্যাগ কৰিছো। যিজন মানুহৰ বাবে মই লিংগ সলাই দিছো সেইজন মানুহে মোৰ পৰা পলাই গলে কেনেকৈ হব। অৰ্জনে মোক অন্যায় কৰিছে অৰ্জুনক মই কেতিয়াও মাফ নকৰো এই বুলি ৰিয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য দাঙি ধৰে।