27.9 C
Munich
Wednesday, August 17, 2022

Eid ul adha

Must read

সমগ্ৰ ইছলামধৰ্মী সকলোকে “ঈদৰ-উল-আজহা”ৰ শুভেচ্ছা থাকিল Todaytakৰ তৰফৰ পৰা

Todaytak :- সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ ইছলামধৰ্মী লোক সকলে বিগত দিনসমূহত “ঈদ-উল-আজহা”ৰ পালন কৰি আহিছে। সেয়েহে আজি “ঈদ-উল-আজহা”ৰ দিনটোত পালন কৰা হয়। ইছলাম ধৰ্মী লোক সকলৈ এই পবিত্ৰ দিনটোত সমগ্ৰ ইছলাম ধৰ্মী সকলক পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।


পৱিত্ৰ “ঈদ-উল-আজহা”ৰ যোগেৰে সমগ্ৰ বিশ্ববাসীৰ মাজত বয়স্ক সন্মান ভাতৃত্ববোধ, সমন্বয় তথা প্ৰেমৰ লগতে শান্তি-সমৃদ্ধী প্ৰবাহিত হওক ৷৷ মানুহৰ মনৰ পৰা উদ্বিগ্নতা, নেতিবাচক চিন্তা, উদাসীনতা, মানসিক চাপ আদিবোৰ নোহোৱা হওক। মানৱ সভ্যতাৰ বিজয় হওক ৷৷ সকলো জাতি-জনগোষ্ঠী ধৰ্মীয় লোক সকলে ভালপোৱাৰ চিৰন্তন বান্ধোনেৰে মানৱ জাতি অগ্ৰসৰ হওক।।
সকলো সাম্প্ৰদায়িক, বিভাজনকামী চিন্তাৰ বিনাশ হওক।। সকলো মানুহৰ একমাত্ৰ পৰিচয় হওক কেৱল মানৱ।। আজি পবিত্ৰ দিনটোত সকলোকে পুনৰ বাৰ পৱিত্ৰ “ঈদ উল আজহা”ৰ শুভকামনা যাচিলোঁ।।

ঈদ মোবাৰক।।
“ঈদ উল আজহা”ৰ
Todaytak

https://youtube.com/shorts/smQZ-8VMyK8?feature=share

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article