হিমন্ত বিশ্ব শৰ্মাৰ আধাৰ কাৰ্ডকলৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য সময়সীমা বান্ধি দিলে।

TODAYTAK NEWS:- ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আধাৰ কাৰ্ডক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। যোৱাকালি মুখ্যমন্ত্ৰীৰ তৰফৰ এক সংবাদ মেল আয়োজন কৰি আধাৰ কাৰ্ডৰ সংক্ৰান্তত এটা বিশেষ মন্তব্য কৰে। শৰ্মাই কয় যে অসমত আধাৰ কাৰ্ডৰ কাম চলি আছে চলি থাকিব মুখ্যমন্ত্ৰীৰ মন্তব্য। ইফালে মুখ্যমন্ত্ৰী কয় যে অহা ৩০ জুনৰ ভিতৰত আধাৰ কাৰ্ডৰ সমূহ ৰাজ্যৰ জিলাই জিলাই নাগৰিক সকলক দিয়াৰ বাবে সকলো ব্যৱস্থা লবলৈ জিলা উপায়ুক্ত সকলক চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে। লগতে হিমন্ত বিশ্ব শৰ্মাই কয় যে চাহ বাগান এলেকা সমূহতো এতিয়ালৈ আধাৰ কাৰ্ড দিয়া হোৱা নাই, চাহ বাগানৰ লোক সকলৰ বাবেও বিশেষ ব্যৱস্থা লয় বুলিও কয় মুখ্যমন্ত্ৰী গৰাকী। যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত উপস্থিত হৈ জিলা উপায়ুক্ত সকলৰ সৈতে আধাৰ কাৰ্ডৰ সংক্ৰান্তত এক গুৰুত্বপূৰ্ণ বৈধকত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

যদি আপুনি এতিয়াও নিজৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই তেন্তে অতিসোনকালে সম্পন্ন কৰি লওক লিংক। অন্যথা আপুনি বিপদত পৰা নিশ্চিত। ৰাজ্য চৰকাৰে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰা সময়সীমা বান্ধি দিছে। লিংক সম্পন্ন কৰা অন্তিম সময়সীমা আছিল ৩১ মাৰ্চ, ২০২২। কিন্তু এতিয়া ৰাজ্যৰ নাগৰিক সকলৰ বাবে সুবিধাৰ্থে লক্ষ্য ৰাখি চৰকাৰে এই সময়সীমা ৩০ জুন ২০২২লৈকে বৃদ্ধি কৰিছে। লগতে হিমন্ত বিশ্ব শৰ্মাই কয় যে, যদি কোনো লোকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সময়সীমাৰ ভিতৰত লিংক সংযোগ নকৰে তেন্তে চৰকাৰে দিয়া সময়সীমাৰ সময় উকলি গ’লে সেইসকল লোকে ১০০ টকা জৰিমণা বহিবলৈ লাগিব অন্যথা কৰ্তন কৰা হ’ব আধাৰ কাৰ্ড আৰু পেন কাৰ্ড।
এই কামটো নকৰিলে আপুনি ভৰিব লাগিব জৰিমণা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।