14.3 C
Munich
Wednesday, August 10, 2022

ATMৰ ভিতৰত থকা ডকাইতলৈ অসম আৰক্ষীৰ গুলী…

Must read

ATMৰ ভিতৰত থকা ডকাইতলৈ অসম 

                   আৰক্ষীৰ গুলী…

অসমত ড্ৰাগছ মাফিয়াক এটাৰ পিছত আন এটাকৈ সংঘটিত হৈ আছে আৰক্ষীৰ গুলীচালনা কৰাৰ ঘটনা। এইবাৰ ডিব্ৰুগড় চহৰৰ চাবুৱাত সংঘটিত গুলী। ডিব্ৰুগড় জিলাৰ চাবুৱাত পুৱতি নিশা এ টি এম (ATM) চুৰি কৰি থকাৰ সময়ত আৰক্ষীয়ে ডকাইতলৈ লক্ষ্য কৰি চলালে গুলী। কিন্তু ডকাইতে এটিএমটো ভাঙিবলৈ চেষ্টা কৰি থকাৰ সময়তে ঘটনাস্থলীত আহি আৰক্ষী উপস্থিত হয়। লগে লগে আৰক্ষীয়ে গতি বিধি দেখি ডকাইতটোলৈ লক্ষ্য কৰি গুলী চালনা কৰে। ফলত আৰক্ষীৰ গুলীত ডকাইতে আঘাত প্ৰাপ্ত হয়। ইয়াৰ পিছতে আঘাতপ্ৰাপ্ত হোৱা ডকাইতটোক চাবুৱাৰ আৰক্ষীয়ে অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে। বৰ্তমান অসম মেডিকেল কলেজ হাস্পতালতে চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ডকাইতে। এতিয়ালৈ আঘাতপ্ৰাপ্ত হোৱা ডকাইতৰ সম্পূৰ্ণ ঠিকনা জানিব পৰা নাই।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article