-2.1 C
Munich
Sunday, November 27, 2022

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাঢ়া নিৰ্দেশ ASTCত (অসম ৰাজ্যিক পৰিবহণ)লৈ।

Must read

।। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।।

Todaytak :- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱাকালি সংবাদ মেল সম্বোধন কৰি অসম ৰাজ্যিক পৰিবহণ বিভাগ দুৰ্নীতি লৈ কাঢ়া নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী কয় যে অবৈধ ভাৱে নিযুক্তি লাভ কৰা কৰ্মচাৰীক বৰ্খাস্ত কৰিবলৈ সুকীয়াই দিয়ে। নিগমত অবৈধ ভাৱে নিযুক্তি পোৱা কৰ্মচাৰী সকলক কঠোৰভাৱে শাস্তি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী আনকি সময়সীমা বান্ধি দিয়ে অবৈধ ভাবে নিযুক্তি ASTCত সকলো কৰ্মচাৰী দুমাহৰ ভিতৰত চাকৰিৰ পৰা নিলম্বনৰ কৰক অন্যথা কঠোৰতম ভাবে শাস্তি পাব। অসম চৰকাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক মহোদয় এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীৰ। উল্লেখ্য যে, পূৰ্বৰ সঞ্চালক আনন্দ প্ৰকাশ টিৱাৰীৰ কাৰ্যকালত অবৈধভাৱে নিযুক্তি লাভ কৰিছিল এইসকল কৰ্মচাৰীয়ে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article