14.3 C
Munich
Wednesday, August 10, 2022

অৰুণোদয় আঁচনিৰ লাভৰ বাবে ভূঞা তথ্যৰে আবেদন কৰিলে নাম কৰ্তন হ’ব আৰু শাস্তিৰ সন্মুখীন হ’ব।

Must read

অৰুণোদয় আঁচনিৰ নামত যদি কোনোবাই ভুঞা নথি-পত্ৰ আবেদন কৰিছে সাবধান হক নহ’লে শাস্তিৰ সন্মুখীন হ’ব।

বৃত্ত মন্ত্ৰীৰ সংবাদ মেল অৰুণোদয় আঁচনিৰ সংক্ৰান্ত।

Todaytak:- বিগত দিন সমূহত বহু লোকে ভুৱাকৈ অৰুণোদয় আঁচনিৰ লাভ কৰা তথ্য পোহৰলৈ আহিছিল। কিন্তু বৰ্তমান অৰুণাদয় আঁচনি নতুনকৈ আবেদন কৰাৰ সময়ত ৰাজ্যৰ বৃত্ত মন্ত্ৰী অজন্তা নেওগে সংবাদ মেল এইখন কৰি এক সৰ্তকবাণী কৰে। যদি কোনো লোকে অৰুণোদয় আঁচনিৰ নামত ভুঞা নথি-পত্ৰৰে ধন লোৱাৰ কথা চিন্তা কৰিছে এইবাৰ তেনেকুৱা নহ’ব। যিসকল হিতাধিকাৰিয়ে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে আবেদনকাৰী সকলক ঘৰে ঘৰে চৰকাৰৰ তৰফৰ পৰা অনুসন্ধান কৰা হ’ব। যদি কোনো লোকে ভূঞা নথি-পত্ৰৰে আবেদন কৰা বুলি বিভাগৰ তৰফৰ পৰা প্ৰমাণ হয় ভূঞা তথ্যৰে আবেদন কৰা লোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ’ব লগতে শাস্তিৰ সন্মুখীন হ’ব বুলি যোৱাকালি ৰাজ্যৰ বৃত্ত মন্ত্ৰী অজন্তা নেওগে স্পষ্টকৈ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। লগতে নেওগে কয় যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এটা বিশেষ দলক অৰুণোদয় আঁচনিৰ নামত আবেদন কৰা আবেদনকাৰী সকলৰ বিৰুদ্ধে পৰীক্ষা-নিৰক্ষণ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা বিশেষ দলটোক দায়িত্ব অৰ্পণ কৰিছোঁ। লগতে মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰৰ তৰফৰ পৰা পৰীক্ষা কৰিবলৈ দিয়া বিশেষ দলটোই নিৰীক্ষণ কৰি যিসকল লোকে অৰুণোদয় আঁচনিৰ বাবে বাচনি হ’ব সেই সকল লোকৰ ঘৰত অৰুণোদয় আঁচনিৰ লগো লগোৱা হ’ব চৰকাৰৰ তৰফৰ পৰা। লগতে বৃত্ত মন্ত্ৰী গৰাকী কয় যে কোনোবাই যদি ভূঞা তথ্যৰে অৰুণোদয় আঁচনিৰ লাভ কৰিবলৈ আবেদন কৰিছে সেইসকল লোকে নিজে নিজে আবেদন সমূহ ঘুৰাই লক অন্যথা শাস্তিৰ সন্মুখীন হ’ব।

স্বাৰ্থৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ অফাৰত লৈ লক সোনকালে :- https://79a4bkrkq9zies6dke6rtdtv7e.hop.clickbank.net

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article