চাংসাৰী নতুনকৈ নিৰ্মাণ কৰি থকা AIIMS হস্পিটালৰ সাত মহলাৰ পৰি মৃত্যু চিকিৎসকৰ।
Todyataklive:- উত্তৰ গুৱাহাটীৰ চাংসাৰীত নতুনকৈ নিৰ্মাণ কৰি থকা AIIMS এক অতিকৈ মম্ৰাতিক অঘটন হয়। চাংসাৰি তীব্ৰ গতিত AIIMSত মেডিকেলৰ নিৰ্মাণৰ কাম চলি থকা দেখা গৈছে। যোৱাকালি ডক্তৰ এজন নিৰ্মাণৰ কাম চাবলৈ চাংসাৰি AIIMSত সপ্তম মহলীয়া অট্টালিকাত উঠি পৰিদৰ্শন কৰি থকাৰ সময়ত ৭ নং মহলীয়াৰ পৰা হঠাৎ চিকিৎসা গৰাকী পৰি যায়। তাৎক্ষণিক ভাবে চিকিৎসক গৰাকীক উত্তৰ গুৱাহাটীত অৱস্থিত GNRCত হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসক গৰাকী মৃত্যু হয় বুলি জানিব দিয়ে GNRCত হাস্পতালত ডক্তৰে। চাংসাৰি AIIMS হস্পিটালৰ সাত মহলীয়া পৰি মৃত্যু হোৱা চিকিৎসা গৰাকীৰ নাম ফল্গু প্রতীম দাস।

ছিপাঝাৰত ট্ৰাকৰ খুন্দাত নিহত হোৱা পাচ জনৰ ভিতৰত ৩ জন যুৱকে ভাল ফলাফল দেখাইছিল যদিও তিনি জন বন্ধু নাই ৩ জন যুৱকৰ ঘৰৰ পৰিয়াল তথা শিক্ষাগুৰু লগতে গাওবাসী মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছৰে পৰা কান্দোনত ভাঙি পৰে।


হাইস্কুল পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত দৰং জিলাৰ ছিপাঝাৰৰ এখন গাওত সকলোৰে চকুৰে চকু পানী ওলাইছে। দৰং জিলাৰ কেইদিনমান পূৰ্বে ট্ৰাকৰ খুন্দাত নিহত হোৱা ৫ জনৰ ভিতৰত এই ৩ বন্ধু ইমদাদুল, জিন্টুমণি আৰু ৰেকিব এই ৩ জন যুৱকে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ফলাফলৰ ঘোষণাৰ সময় ১৫ দিন থকাৰ সময়ত। আৰু ২ জন বন্ধুৰ লগত অসম আৰক্ষীত যোগদানৰ লক্ষ্য কৰি ৰাতিপুৱাৰ সময়ত শৰীৰৰ চৰ্চা লগতে দৌৰিবলৈ ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে ওলাই আহে ঘৰৰ পৰা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফুটফাতেৰে দৌৰি থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰ বেগেৰে অহা এখন ট্ৰাকে ৫ জন যুৱকক মহিতীয়াই লৈ যায়। ট্ৰাকৰ খুন্দাত থিতাতে এজনৰ মৃত্যু হয় বাকি ৪ জন যুৱকেও গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয়। স্থানীয় লোকসকলে তাৎক্ষণিক ভাবে যুৱক কেইজনক হস্পিটালত লৈ যায় যদিও মেডিকেলত মৃত্যু হয়। উক্ত দূৰ্ঘটনাত মৃত্যু হোৱা ৫ জন লোকৰ ৩ জন যুৱকে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল কৰিবলৈ সক্ষম হৈছিল। ইমদাদুল জিন্টুমণি তথা ৰেকিবে ফলাফলৰ পিছতে যুৱক কেইজনে পঢ়া স্কুলৰ বন্ধু-বান্ধুৱী তথা শিক্ষক-শিক্ষয়ত্ৰী ৩ জন যুৱকৰ ফলাফলৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতে ৰিজাল্ট চাই চকুৰে চকু পানী ওলাই। ৩ জন যুৱকৰ ঘৰৰ পৰিয়ালেও ফলাফলৰ ৰিজাল্ট কান্দোনত ভাগি পৰে লগতে গাঁওবাসীও দুষ প্ৰকাশ কৰে। কান্দোন ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ পৰিয়ালত আজি দেখিবলৈ পোৱা গৈছে আনন্দৰ পৰিৱেশ। সপোন সাৰ্থক কৰাৰ লক্ষ্য বুকুত বান্ধি ভৱিষ্যতলৈ আজিৰে পৰা সাজু হৈছে উত্তীৰ্ণ শিক্ষাৰ্থী, অভিভাৱক সকলোৱে। কিন্তু তাৰ মাজতে আজি কান্দোনত ভাগি পৰিল ছিপাঝাৰবাসী। সফলতাৰ আনন্দ উৎসৱৰ মাজতো তিনিজন মেধাৱী ছাত্ৰৰ ফলাফলে আজি সিক্ত কৰিলে সকলোকে দুচকু। কেইদিনমান আগতে এক অতিকৈ মম্ৰাতিক দুৰ্ঘটনা হোৱা দেখা গৈছিল ছিপাঝাৰত অসম আৰক্ষীত চাকৰি কৰা লক্ষ্য কৰি ৰাতিপুৱা শৰীৰ চৰ্চাৰ বাবে আৰু দৌৰিবলৈ যোৱা পাচ জন যুৱক তীব্ৰ বেগেৰে অহা এখন ট্ৰাকৰ খুন্দাত থিতাতে নিহত শৰীৰ চৰ্চাৰ বাবে ওলাই যুৱক কেইটা তাৰে তিনি জন যুৱক এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৰিজাল্টৰ দিনাও ভাল ফলাফল দেখাবলৈ সক্ষম হৈছিল তিনি জন যুৱকে ফলাফলৰ আনন্দ কৰিবলৈ তিনি জন যুৱক বৰ্তমান নাই তিনি জন যুৱকৰ ৰিজাল্ট পাই ছিপাঝাৰবাসীৰ চকুৰে দেখা চকু পানী নিগৰি ওলাইছে।