টিকটৰ পৰা বঞ্চিত হোৱা শিলাদিত্য দেৱৰ মন্তব্য বাংলাদেশৰ মুছলমান সকলে বেছি কৰি খোৱাৰ বাবে মুল্য বৃদ্ধি হৈছে।

Todaytak news :- বিধায়ক থকাৰ সময়ত সাম্প্ৰদায়িক মন্তব্য দাঙি ধৰি বিজেপি দলৰ তৰফৰ বিধায়কৰ পদৰ টিকতৰ পৰা বঞ্চিত হোৱা প্ৰাক্তন বিধায়ক শিলাদিত্য। বিধায়ক টিকতৰ পৰা বঞ্চিত হোৱা শিলাদিত্য আকৌ পুনৰ বাৰ এটা সাম্প্ৰদায়িক লক্ষ্য কৰি মূল্যবৃদ্ধি সম্পৰ্কত অদ্ভুত মন্তব্য শাসকীয় দলৰ পৰা বিধায়ক পদৰ টিকতৰ পৰা বঞ্চিত হোৱা। প্ৰাক্তন বিধায়ক গৰাকী অতিকৈ তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰি কয় যে বাংলাদেশী মুছলমানে বেছিকৈ খাইছে বাবেই অসমত ভয়াৱহ ৰূপ লৈছে মূল্যবৃদ্ধি হৈছে। লগতে টিকতৰ পৰা বঞ্চিত হোৱা শিলাদিত্য কয় যে বাংলাদেশত খাবলৈ নাপাই অসমলৈ আহি সকলো আঁচনি মুছলমানসকলে ভোগ কৰি আছে।’ এনেকুৱা উদ্ভুত মন্তব্য বিধায়ক হৈ থকাৰ সময়তো বিভিন্ন সময়ত সাম্প্ৰদায়িক সংঘৰ্ষ কৰিব চেষ্টা কৰা নেতা জনক বিধায়ক পদৰ পৰা বহিষ্কৃত কৰি সাধাৰণ কৰ্মকৰ্তা কৰি ৰাখে শিলাদিত্যক। টিকটৰ পৰা বঞ্চিত হৈ লাজ মুখে কোৰোবাত সোমাই থকা টিকটৰ পৰা বঞ্চিত ঊ প্ৰাক্তন বিধায়ক গৰাকী পুনৰ বিতৰ্ক মন্তব্য দাঙি ধৰে। লগে লগে বদৰুদ্দিন আজমল নেতৃত্বতধীন এ আই ডি এফ দলৰ শিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে শিলাদিত্যক কয় যে, শিলাদিত্য দেৱ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত পাগল ব্যক্তি হয়। টিকটৰ পৰা বঞ্চিত হোৱা শিলাদিত্য দেৱক এগৰাকী বাংলাদেশী নাগৰিক বুলিও বিধায়ক আমিনুল ইছলামে কয় চচিয়েল মিডিয়াত। শিলাদিত্য দেৱে দ্বিতীয় শ্ৰেণীলৈ বাংলাদেশৰ স্কুলত পঢ়িছিল বুলি মন্তব্য আগবঢ়াই বিধায়ক আমিনুল ইছলামে। অসমৰ বিভিন্ন চৰ চাপৰিত সংখ্যালঘু লোকে শাক পাচলিৰ খেতি কৰাৰ বাবে ৰাজ্যত বজাৰ চলি আছে, শাক পাচলিৰ অভাৱ হোৱা নাই বুলিও কয় ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক গৰাকীয়ে। এইফালে মুল্য বৃদ্ধিয়ে সাধাৰণ জনতাক ককাল ভাঙি দিছে। ৰাজনৈতিক নেতা সকলে মুখ চুপতি কৰি আছে সাম্প্ৰদায়িক সংঘৰ্ষ মন্তব্য দাঙি ধৰি। দিছপুৰৰ বিধায়ক অতুল বৰাই গাখীৰৰ দাম বৃদ্ধিৰ পোৱাৰ বাবে কৈছিল লাল চাহ খাব লাগে। আলুৰ দাম বাঢ়িলে পিয়াজ ভাজি খাব লাগে। পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে ভৱেশ কলিতাই কৈছিল বাইকত তিনিজন উঠক। ইমানেই নহয় বান্দৰৰ উপদ্ৰপৰ বাবে মূল্যবৃদ্ধি হৈছে বুলি কৈছিল আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই।
