
এবুকু পানীৰ মাজেৰে গৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে দুটাকৈ মৃতদেহ … হোজাইত! এইফালে নগাঁৱত সৰ্পৰ দংশনত মৃত্যু হ’ল শিশু এজন।

Todaytak news:- সমগ্ৰ ৰাজ্যতে পানী পানী বিভিন্ন প্ৰান্তে প্ৰান্তে আনকি ঘৰৰ ভিতৰলৈ ককালৰ ওপৰলৈ পানী। প্ৰায় ভাগ এলেকা সমূহত পানীয়েই মানুহৰ প্ৰাণ কাঢ়ি নিছে। এইফালে অঞ্চলত বানপানীয়ে ঘৰৰ ধ্বংস কৰি পেলাইছে। এইফালে বহু লোকক পানীত উটি ভাহি যোৱা দেখা গৈছে। তাৰে কিছুমান লোকক এতিয়াও কোনো ধৰণৰ সা-সূত্ৰ পোৱা দেখা নাই। আজি দেখা গ’ল হোজাইত আৰক্ষীয়ে মৃতদেহ দুটাকৈ উদ্ধাৰ কৰে। অসম আৰক্ষীত কৰ্মৰত এবুকু পানীৰ মাজেৰে গৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ … হোজাইত আজিও অব্যাহত আছে বানৰ বিভীষিকা পৰিবেশ। বানপানীত পৃথক স্থানত দুটা মৃতদেহ উদ্ধাৰ হোজাইত আজিও অব্যাহত আছে বানৰ বিভীষিকা পৰিবেশ। বানপানীৰ বাবে ঘৰৰ হোজাইৰ বহু অঞ্চলত পানী কমিছে যদিও এতিয়াও নামনি অঞ্চলত কেইবাখনো গাঁও আছে পানীৰ কৱলত ।ইয়াৰ মাজতে মঙ্গলবাৰে পুৱাই হোজাইৰ পৃথক স্থানত বানপানীৰ মাজত উদ্ধাৰ হৈছে দুটাকৈ মৃতদেহ। এইফালে কামৰূপ জিলাৰ বিভিন্ন অঞ্চল সমূহ বানপানীয়ে ঘৰ-দুৱাৰ বানৰ মাজতে নগাঁৱৰ ৰাঙলুতো সংঘটিত হয় কৰুণ ঘটনা। বানৰ বাবে আশ্ৰয় লোৱা সৰ্পৰ দংশনত প্ৰাণ হেৰুৱাই এজন লোকে। একঁকাল পানীৰ মাজেৰে ঘৰৰ সামগ্ৰী আনিবলৈ যাওঁতে ঘৰৰ ভিতৰতে সৰ্পদংশনৰ সন্মুখীন হয় লোকজন। মৃত্যুমুখত পৰা লোকজন ইনচান আলী (Snake bites a man at Nagaon)৷
পুৱাই যোগীজান শঙ্খা দেৱী অঞ্চলৰ বাঢ়নি পানীত এটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰে যোগীজান পহৰা চকীৰ আৰক্ষীযে।উক্ত শিশুটিৰ মৃতদেহটো ৰাইকটা অঞ্চলত সংঘটিত নাও দুৰ্ঘটনাত নিৰুদেশ হোৱা ৮ বছৰীয়া মাহীৰা বেগম বুলি আৰক্ষীয়ে চিনাক্তকৰিছে।
চচিয়েল মিডিয়াত যোগেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মামা বুলি সম্বোধন কৰি একাংশ লোকে ক্ষোভ উজাৰে মিঠাতেল ২০০ গ্ৰাম দাইল ২৫০ গ্ৰাম দিয়াৰ বাবে। ৰিলিভৰ নামতো এই দুৰ্যোগৰ সময়টো এই ধৰণে প্ৰতাৰণা কৰা দেখা গৈছে সাধাৰণ জনতাক।