এচ আই জোনমণিক পুণৰ বাৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জোনমণিক ১২ জুলাইত পুনৰ হাজিৰ কৰোৱা হ’ব আদালতত

Todaytak :- কেইদিনমান পূৰ্বে অসম আৰক্ষীৰ দায়িত্বপূৰ্ণ চকীত খাকী পোচক পিন্ধি নিজৰ ভাবী স্বামীৰ লগত লৈ একাংশ লোকৰ পৰা ঠিকা আবন্ত্ৰণ দিয়াৰ নামত লাখ লাখ ধন আত্মসাৎ কৰা এচ আই জোনমণি ৰাভাক পুণৰ বাৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰে। ১০ জুলাইত আদালত হাজিৰ কৰাব খাকী পোছাকৰ সুবিধা গ্ৰহণ কৰি লাখ লাখ ধন হৰলুকি কৰা ৰাভাক। জোনমণি ৰাভাক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ। তৃতীয়বাৰৰ বাবে জোনমণি ৰাভাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আজি ভিডিঅ’ কন্ফাৰেন্সিঙৰ দ্বাৰা চলিল কাৰাগাৰত থকা জোনমণি ৰাভাৰ বিচাৰ। পৰৱৰ্তী জুলাই মাহৰ ১২ তাৰিখে পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব জোনমণিক। বৰ্তমান মাজুলী জিলা কাৰাগাৰতে আছে অভিযোগত নিলম্বিত হোৱা আৰক্ষী বিষয়া জোনমণি ৰাভা। অসম চৰকাৰৰ গৃহ বিভাগৰ অসম আৰক্ষী সন্মানীয় পদত (উপ-পৰিদৰ্শক)ত কৰ্মৰত কৰি থকা জোনমণি ৰাভাৰ নিজৰ প্ৰেমিকক লগত লৈ এক বৃহৎ ঠিকা আবন্ত্ৰণ দিয়াৰ নামত এক বৃহৎ থগ- প্ৰৱঞ্চনা জাল পেলাই। অসম আৰক্ষীৰ শাকী পোচাক জোৰ পিন্ধি ৰক্ষকে হৈ গ’ল ভক্ষক। কেইমাহমান আগত উপ-পৰিদৰ্শক পদত অধিষ্ঠিত হৈ থকা জোনমণি ৰাভাই সংবাদ মাধ্যমৰ আগত এক বিস্ফোৰণ মন্তব্য দাঙি ধৰে তেওঁৰ প্ৰেমিক ৰাণা পগাগৰ বিৰুদ্ধে। ৰাভাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ প্ৰেমিক ৰাণা পগাগ ঠিকা আৱন্ত্ৰণ দিয়াৰ নামত বহু লোকৰ পৰা লাখ লাখ ধন সংগ্ৰহ কৰে। জোনমণি কয় যে তেওঁ এইদৰে থগ প্ৰবঞ্চ কৰি ধন উপাৰ্জন কৰা কথাটো মই জ্ঞাত নহয়। ১২ জুলাই তাৰিখে গম পোৱা যাব জোনমণি ৰাভাক এবাৰ এবাৰকৈ ৩ বাৰকৈ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা। বৰ্তমানো আৰক্ষী খোদ পোচ অব্যাহত চলাই আছে।