-2.4 C
Munich
Friday, December 9, 2022

Ajanta Neog, who was appointed Finance Minister for the first time in the state, is undergoing treatment at GMCH

Must read

ৰাজ্যত পোন প্ৰথমবাৰ বিত্তমন্ত্ৰী দায়িত্ব পোৱা অজন্তা নেওগ শাৰীৰিক ভাবে অসুস্থ GMCHত চিকিৎসাধীন হৈ আছে

অজন্তা নেওগ।

Todaytak :- হিমন্ত বিশ্ব শৰ্মাক ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰী দায়িত্ব অৰ্পণ কৰাৰ পিছতে পোন প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বিত্তমন্ত্ৰীৰ দায়িত্ব মহিলাক দিয়া হৈছিল। বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰি কৰ্মৰত কৰি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে অজন্তা নেওগ। ডক্তৰে জানিবলৈ দিয়া মতে বিত্তমন্ত্ৰী অজন্তা নেওগ টাইফয়েডত আক্ৰান্ত হৈছে। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে মন্ত্ৰীগৰাকী। অসুস্থ হৈ পৰাত তিনিদিন পূৰ্বে বিত্তমন্ত্ৰী নেওগক ভৰ্তি কৰোৱা হৈছিল GMCHত। সম্প্ৰতি অজন্তা নেওগৰ স্বাস্থ্য কিছু সুস্থ হৈছে বুলি চিকিৎসা কৰি থকা ডক্তৰে সকলে জানিবলৈ দিয়ে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article