17.3 C
Munich
Wednesday, August 10, 2022

2022 চনৰ মাৰ্চ মাহত মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ’ব।

Must read

    মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা মাৰ্চ মাহৰ ভিতৰত পৰা অনুষ্ঠিত হ’ব।

ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ শিক্ষা বিভাগ। অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীয়ে বৈঠক পিছত অৱগত কৰাই। অহা ২০২২ চনৰ মাৰ্চত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিব। মাৰ্চ মাহৰ ১৫ তাৰিখৰ পৰা এই পৰীক্ষা আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ২০২২ চনৰ এপ্রিল মাহত প্রথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য শিক্ষা বিভাগৰ। পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে আৰম্ভ হ’ব ক’ভিডৰ ভেকচিনেচন প্রক্রিয়া। ৩ জানুৱাৰীৰ পৰা প্রতিখন জিলাত আৰম্ভ হ’ব ভেকচিনেচন প্রক্রিয়া।অসম চৰকাৰৰ তৰফৰ পৰা প্রতিখন জিলাত প্রতিদিনে ১৫খনকৈ বিদ্যালয় ভেকচিনেচন প্ৰক্ৰিয়াত সামৰি লোৱাৰ লক্ষ্য। এই সময়ছোৱাত অভিভাৱকেও ল’ব লাগিব দ্বিতীয় পালি ভেকচিন।
বৈঠকৰ শেষত এই মন্তব্য অসমৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে জানিবলৈ দিয়ে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article