1 C
Munich
Monday, December 5, 2022

ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিব লাগিব বিৰাট কোহলি

Must read

বি চি চি আইৰ নিৰ্দেশত কোহলি খেলিব লাগিব

               ৰোহিত শৰ্মাৰ নেতৃত্বত
 
 
ৰোহিত শৰ্মাই ভাৰতীয় ক্ৰিকেট টিমৰ হৈ বি চি চি আইৰ তৰফৰ পৰা অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পিছতে তৎপৰ হৈছে। ভাৰতীয় ক্ৰিকেট টিমৰ সতীৰ্থ সকলো আহ্বান দক্ষিণ আফ্ৰিকা ভ্ৰমণকলৈ এদিনীয়া টি-২০ মেচত কোহলিৰ বেটিং দুৰ্বল হৈ যোৱাৰ বাবে কোহলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছিল অধিক দায়িত্ব থকা বাবে কোহলি মেচ বিলাকত ফ্ৰি মাইনডত খেলিব পৰা নাই। তাৰ পিছতে বি চি চি আইৰ তৰফৰ অধীনায়কৰ পৰা কোহলিক বহিষ্কাৰ কৰি এদিনৰ বাবে অধীনায়ক হিচাপে পক্ষেপ কৰে ৰোহিত শৰ্মাক। বি চি চি আইৰ সিদ্ধান্তক কোহলিয়ে সন্তুষ্ট নহয়। ৰোহিত শৰ্মাক অধীনায়কৰ দায়িত্ব দিয়াৰ বাবে ভাৰতৰ ৰাইজৰ মাজত চচিয়েল মেডিয়াত অভিনন্দন ধোমোহা বিয়পাইছে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article