-2.1 C
Munich
Sunday, November 27, 2022

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজপথত ঝাড়ুৰে পৰিষ্কাৰ কৰিলে ৰাজ পথ।

Must read

অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজপথত হাতত ঝাড়ু লৈ ৰাইজক কি আহ্বান কৰিলে। (RINIKI BHUYAN SHARMA)। কোম্পানীটোৰ উদ্যোগত দেওবাৰে দীঘলীপুখুৰীৰ সমীপত আয়োজন কৰা হৈছিল ভোগালী মেলা ( bhogali mela)। সোমবাৰে সন্ধিয়াৰ সময়ত মেলা শেষ হোৱাৰ পিছত অপৰিষ্কাৰ হৈ পৰিছিল মেলাৰ পথটো
সেয়ে ৰিণিকি ভূঞাই হাতত ঝাড়ু লৈ মেলাৰ বাকৰি পৰিষ্কাৰ কৰে। এই সন্দৰ্ভত ৰিণিকি ভূঞাই মোবাইলত টুইটযোগে উল্লেখ কৰে- ”আমি আমাৰ ভোগালী মেলা সমাপ্ত কৰোঁ, সমগ্ৰ অসমৰ সকলো কৃষকক আমাৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰে অংশ লোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাই। গুৱাহাটীৰ নাগৰিক হিচাপে আমি প্ৰাইড ইষ্টৰ ফালৰ পৰা চহৰখন সদায়ে পৰিষ্কাৰ আৰু সেউজীয়া কৰি ৰখাৰ দায়িত্ব সকলোৰে। এইফালে ভোগালী বিহুৰ অসম বাসীক শুভেচ্ছা জনাই।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article