27.9 C
Munich
Wednesday, August 17, 2022

ৰক্ষকে ভক্ষক ধন আত্মাসাৎ কৰি জেল হাজোতলৈ গ’ল অসম আৰক্ষীৰ এজন আৰক্ষী বিষয়া। দালাকক চাৰি দিনলৈ অসম আৰক্ষীৰ জিম্মাত

Must read

ৰক্ষকে ভক্ষক ধন আত্মাসাৎ কৰি জেল হাজোতলৈ গ’ল অসম আৰক্ষীৰ এজন আৰক্ষী বিষয়া। দালাকক চাৰি দিনলৈ অসম আৰক্ষীৰ জিম্মাত

 
অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম বিভিন্ন বিভাগত দুৰ্নীতি প্ৰতিৰােধৰ ক্ষেত্ৰত দিনে-নিশাই কঠােৰ ব্যৱস্থা হাতত লৈছে। কিন্তু ইয়াৰ পিছতো গা লৰা নাই একাংশ ঘােচখােৰ আৰক্ষী বিষয়া তথা কৰ্মচাৰীৰ। যোৱা
বিগত দিনকেইটাত বিভিন্ন বিভাগৰৰ কিছুমান কৰ্মচাৰী ঘোচ লৈ ৰঙা ঘৰৰ আলহী হৈ থকা বাতৰি পৰিৱেশন হৈ থকাৰ গম পাই ও কিছুমান কলংকিত কৰ্মচাৰী ঘোচ লোৱাৰ লোভ-মোহ এৰিব পৰা নাই। এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী বিষয়া।
হােজাইৰ ডবকা আৰক্ষীৰ থানাৰ উপ-পৰিদৰ্শক হৰিকমল দাস। জানিব পৰা মতে, কিছুদিন পূৰ্বে ডবকা চাংমাজিৰ আব্দুল নুৰ নামৰ এজন লোকৰ ই-ৰিক্সা দুৰ্ঘটনাত পতিত হৈছিল। উক্ত ঘটনাৰ পাছত ৰিক্সাখন এৰি দিয়াৰ নামত উৎকোচ লৈছিল বিষয়াজনে। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পাই যোৱাৰ পিছতে নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ থানাৰ উপ-পৰিদৰ্শক হৰিকমল দাস। আৰক্ষী বিষয়াজনক আদালত হাজিৰ কৰাৰ পাছতে জে’ললৈ প্ৰেৰণ কৰা হয়।
লগতে মধ্যভোগী মিথুন চক্ৰৱৰ্তীক আদালতৰ নিৰ্দেশ মৰ্মে ৪ দিনৰ কাৰণে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। শুকুৰবাৰে ডবকা থানাৰ আৰক্ষী সহ: পৰিদৰ্শক হৰিকমল দাসক নিলম্বন কৰি গ্ৰেপ্তাৰ কৰে ডবকা আৰক্ষীয়ে।
ই-ৰিক্সা চালক আব্দুল নুৰৰ এজাহাৰৰ ভিত্তিত তৎকালীন ভাবে গ্ৰেপ্তাৰ কৰি ডবকা আৰক্ষীয়ে শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰায়।
দুয়োকে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰে যদিও আৰক্ষী উপ-পৰিদৰ্শকজনক আদালতে জেল হাজোলৈ প্ৰক্ষেপ কৰে আৰু চাৰি দিনৰ কাৰণে মিথুনক আৰক্ষীৰ জিম্মালৈ আদালতে নিৰ্দেশ দিয়ে।
 
 
English translation :-
A police constable of Assam Police went to the jail after embezzling money from a guard. Dalak is in the custody of Assam Police for four days
 Dr. Himanta Bishwa Sharma, Chief Minister of Assam However, this was not the case with the police and the police. Translations into Bishnupriya:
 In the last few days, some employees of different departments have been caught red-handed in the news and some of the tainted employees have not been able to resist the temptation to take bribes. This time around, a police officer was arrested.
 Harikamal Das, Sub-Inspector, Dobka Police Station, Hazai. It is learned that a few days back, an e-rickshaw belonging to a man named Abdul Noor of Dobka Changmaji was involved in an accident. After the incident, the rickshaw puller took bribe in the name of abandoning the rickshaw. Harikamal Das, a sub-inspector of the police station, was also arrested after the video of the incident was leaked on social media. The police officer is sent to jail after being produced in court.
 The mediator Mithun Chakravarti was also remanded in police custody for four days as per the court order. On Friday, Dobka police suspended and arrested Inspector Harikmal Das, along with Dobka police.
The e-rickshaw driver Abdul Noor was immediately arrested on the basis of his statement and produced by the Dobka police in Sankardev Nagar court.
 The two are produced in the Sankardeva city court, although the police sub-inspector is remanded to the jail by the court and the court orders Mithunak to be in the custody of the police for four days.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article