21.2 C
Munich
Wednesday, August 17, 2022

২০২১ বৰ্ষত বলিউডৰ বহু অভিনেত্ৰীক পিছ পেলাই শ্ৰেষ্ঠা সুন্দৰী সন্মান পদক লাভ কৰে ছানী লিয়নী!

Must read

২০২১ বৰ্ষত বলিউডৰ বহু অভিনেত্ৰীক পিছ পেলাই শ্ৰেষ্ঠা সুন্দৰী সন্মান পদক লাভ কৰে ছানী লিয়নী!
Sunny Leone: ২০২১ বৰ্ষত ছাৰা, আলীয়াই প্ৰত্যাহ্বান দি শ্ৰেষ্ঠা সুন্দৰী ছানী লিয়নী! পাত্তা নাপালে ! প্ৰশংসা নেটিজনৰ…
জনপ্ৰিয় অভিনেত্ৰী বলীউডৰ ছানী লিয়নী! বিদেশ বাদ দি বৰ্তমান ভাৰততে থাকে ছানী লিয়ন। বলীউদত কেৰিয়াক আৰম্ভ কৰাৰ সময়ত বহু কষ্ট স্বীকাৰ কৰিব লগীয়া হৈছিল ছানীৰ সন্মুখত বলিউডত প্ৰতিষ্ঠিত হোৱা বহুত অভিনেতাৰ ছোৱালী ছবি নিৰ্মাণ কৰা ডাইৰেক্টৰ ছোৱালীয়ে থিয় দিছিল। কিন্তু নিজৰ ওপৰত বিশ্বাস কৰি আগুৱাই গৈ থকা ছানীয়ে আজি বলিউডৰ শ্ৰেষ্ঠ সুন্দৰী হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হল।
সম্প্ৰতি ছানী লিয়নীয়ে জয়লাভ কৰিছে শ্ৰেষ্ঠা ফেশ্বনিস্তাৰ বঁটা। লোকমতে আয়োজন কৰা অনুষ্ঠানত তেওঁ বলিউডৰ বহু অভিনেত্ৰীৰ পিছ পেলাই ছানিয়ে এই সন্মান লাভ কৰিছে।
English translation :-
 
In the year 2021, after many Bollywood actresses, Chani Leoni won the Best Beauty Award!
Sunny Leone: In the year 2021, Alia has challenged the best beautiful girl Leone! Pay attention to Nepal! Praise Netizens …
 Popular Bollywood Actress Lani! Apart from abroad, Chhani Leon is now living in India. This is the first time that I’ve been able to do this, and it’s the first time that I’ve been able to do it, and it’s the first time that I’ve been able to do it. But the self-confident Chhaniya has been able to establish herself as one of the best beauties in Bollywood today.
 Recently, Chhani Leonie won the Best Fashionist Award. She is one of the most popular Bollywood actresses in the world.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article