1.4 C
Munich
Monday, December 5, 2022

১০ মে’ৰ ভিতৰত অসম আৰক্ষীত ১৬,০০০ পদত দিয়া হ’ব নিযুক্তি…

Must read

 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাৰ সময়ত প্ৰতিস্থিতি দিয়া গুণি গুণি ১ লাখ চৰকাৰী নিযুক্তি

অহা ১০ মে’ৰ ভিতৰত ৰাজ্য চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসম আৰক্ষীত ১৬,০০০ পদত দিয়া হ’ব নতুন নিযুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। দুলিয়াজানত আৰক্ষী অধীক্ষক সকলৰ লগত চলি থকা সন্মিলনৰ সময়ত এই নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘ৰাজ্যিক আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ বাবে মুঠ ৫০০০ নতুন পদ সৃষ্টি কৰা হব। বৰ্তমান ৰাজ্যিক আৰক্ষীৰ ১১,০০০ পদ খালী হৈ আছে। হিমন্ত বিশ্ব শৰ্মাই বিভাগটোক ১০ মে’ৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া শেষ কৰিবলৈ কৈছে বুলি জানিব পৰা গৈছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসম চৰকাৰে প্ৰথম বছৰ সম্পূৰ্ণ হোৱাৰ বাবে ১০ মে’ৰ ভিতৰত ১ লাখ চৰকাৰী চাকৰি নিয়োগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাজ্যৰ বিভিন্ন বিভাগৰ চৰকাৰী বিভাগত ১ লাখ চাকৰিৰ ভিতৰত অসম চৰকাৰে অসম আৰক্ষী বিভাগত ১৬,০০০ পদ নিযুক্তি কৰাৰ কাম দিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাৰ সময়ত প্ৰতিস্থিতি দিয়া গুণি গুণি ১ লাখ চৰকাৰী নিযুক্তি তদুপৰি স্বাস্থ্য আৰু শিক্ষা বিভাগত চাকৰিৰ বিভিন্ন পদৰ প্ৰক্ৰিয়া চলি থকা বুলি জানিব পৰা গৈছে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article