কাঢ়া নিৰ্দেশ
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ
Assam chif minister
Himanta Biswa sarmah
আজি সংবাদ মাধ্যমৰ আগত কাঢ়া নিৰ্দেশ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক সংবাদ মাধ্যমৰ আগত ৩১ ডিচেম্বৰ নতুন নিয়ম জাৰি কৰিবলৈ আৰক্ষীক অৱগত কৰি মন্তব্য কৰে ৩১ ডিচেম্বৰ দিনা বাহনৰ চালকে মদ খাব নোৱাৰীব যদি মদ খাই গাড়ী চলাই আৰক্ষীয়ে ৰঙা ঘৰলৈ প্ৰেৰণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। ৩১ ডিচেম্বৰৰ দিনা প্ৰত্যেক গাড়ী চেক কৰিবলৈ নিৰ্দেশ দিয়ে হিমন্ত বিশ্ব শৰ্মাই।