-1.4 C
Munich
Friday, December 9, 2022

সমগ্ৰ অসম কপাই যোৱা যোৰহাট কাণ্ডৰ ক’লা লৰাৰ পিতৃ মোহন দাসক কাৰাগাৰলৈ আজি প্ৰক্ষেপ

Must read

সমগ্ৰ অসম কপাই যোৱা যোৰহাট কাণ্ডৰ ক’লা লৰাৰ পিতৃ মোহন দাসক কাৰাগাৰলৈ আজি প্ৰক্ষেপ
যোৰহাটৰ অনিমেষ হত্যাকাণ্ডঃ যোৰহাট কাণ্ডৰ মূল অভিযুক্ত যোৰহাটৰ তেজল ল’ৰাক মৰিয়াই মৰিয়াই দিন দুপৰীয়া ৰাইজৰ মাজত নৰপিশাচক মুল নায়ক ক’লা ল’ৰা ওৰফে নিৰজ দাস তথা গুণ্ডা বাহিনীৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য। হত্যাকাণ্ডৰ মুল অভিযুক্ত  সৈতে জড়িত ১৪ জনক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীয়ে পাচ দিনৰ বাবে শেহতীয়াকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ পিতৃ মোহন দাসক আজি কাৰাগাৰলৈ প্ৰেৰণ কৰে যোৰহাট আৰক্ষীয়ে। মোহন দাস আৰু চিৰঞ্জিত দাসক জেল হাজোলৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে যোৰহাট কাণ্ডৰ ৫ অভিযুক্তক পুনৰ যোৰহাট ৭ দিনৰ কাৰণে আকৌ জিম্মাত লৈছে।
বৰ্তমানলৈকে উক্ত ঘটনাৰ সন্দৰ্ভত ১৪ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ তদন্তৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হয়। ৰাইজৰ অভিযোগ যোৰহাট কাণ্ডৰ লগত ১৪ জনতকৈ বেছি আছিল।
English translation :-
 
Mohan Das, father of Kala Lara of Jorhat Kand, which has been cut off all over Assam, has been sent to jail today.
Jorhat massacre: The main accused in the Jorhat massacre is Tejal Lorak of Jorhat. Jorhat police have arrested 14 people in connection with the murder and are continuing their investigation. Jorhat police today sent Mohan Das, the father of Kala Lara, the main accused in the latest murder case, to jail for five days. Mohan Das and Chiranjit Das were sent to jail.
 It is to be noted that 5 accused in Jorhat case have been remanded in Jorhat custody again for 7 days.
 So far, police have arrested 14 accused in connection with the incident.
 Neeraj Das alias Kala Lara, the main accused in the murder, died in a police vehicle during the investigation. Rise’s allegation was more than 14 people involved in the Jorhat incident.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article