14.3 C
Munich
Wednesday, August 10, 2022

যোৰহাট কাণ্ডৰ মৃত্যু হোৱা অনিমেষৰ সপোন বোৰ সপোন হৈ ৰল!

Must read

যোৰহাট কাণ্ডৰ মৃত্যু হোৱা অনিমেষৰ সপোন                       বোৰ সপোন হৈ ৰল!
সেইদিনা ঘটনাতো উপস্থিত থকা বন্ধু মৃদুস্মন্তৰ                 কৈ গ’ল সপোনৰ কথাবোৰ

 
 
a live news:- যোৰহাটৰ ঘটনাটোৰ অনিমেষৰ লগত সেইদিনা একেলগে থকা বন্ধু (মৃদুস্মন্তৰ) অনিমেষৰ সপোনবোৰৰ কথা কৈ গ’ল আজি সংবাদ মাধ্যমৰ আগত। অনিমেষ ভূঞাই আৰু বন্ধু মৃদুস্মন্তৰ সৈতে একেলগে ব্যৱসায় কৰিছিল দুই বছৰ প্ৰেছৰ লগতে মোবাইলৰ পাৰ্ছ। ঘটনাটোৰ আগমূৰ্হত অনিমেষে উক্ত বন্ধু জনক এখন হোটেল খোলাৰ পৰিকল্পনাৰ কথা কৈছিল লগতে হোটেল খনৰ নাম ৰাখিব খুজিছিল অনিমেষে ‘ন-সোৱাদ’।
 
The death of Jorhat Kand has become 
           a nightmare for Animesh!
My friend Mridusmantra, who was present      at the event that day, told Sapon’s story.
a live news: – Animesh’s friend (Mridusmantra) who was with him that day in Jorhat incident talked about Animesh’s dreams in front of the media today. Animesh Bhuiyan and his friend Mridusmantra did business together for two years with a press and a mobile wallet. In the wake of the incident, Animesh had talked about his plans to open a hotel and also wanted to name the hotel after Khan.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article