1.4 C
Munich
Monday, December 5, 2022

যোৰহাট কাণ্ডৰ মুল নায়ক ক’লা ল’ৰা ওৰফে নিৰজ দাসে আজি আৰক্ষীৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাত হৈ জি এম চিত মৃত্যু হয়।

Must read

যোৰহাট কাণ্ডৰ মুল নায়ক ক’লা ল’ৰা ওৰফে নিৰজ দাসে আজি আৰক্ষীৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাত হৈ জি এম চিত মৃত্যু হয়।

যোৰহাট কাণ্ডৰ মুল নায়ক ক’লা ল’ৰা ওৰফে নিৰজ দাস আজি মৃত্যু হয় আৰক্ষী বাহনৰ পৰা পলায়ন কৰোতে পিছফালৰ পৰা আহি থকা আৰক্ষীৰ বাহনৰ খুন্দাত নিৰজ দাসৰ মৃত্যু হয়। নিৰজ দাসৰ মৃত্যুৰ খবৰ পাই সমগ্ৰ অসমতে ৰাইজে ভাল পাইছে। যোৱাকালি আৰক্ষীয়ে কলা গুণ্ডাক লগ লৈ কলা গুণ্ডা ড্ৰাগছৰ ঘাটি বিলাক তদন্ত কৰিবলৈ গৈছিল। নিৰজ দাস ওৰফে কলা গুণ্ডা আৰক্ষীক ভুল পথৰে লৈ গৈ আৰক্ষীৰ বাহনৰ পৰা পলায়ন কৰিছিল যদিও পিছফালৰ পৰা আহি থকা আৰক্ষী বাহনৰ নিয়ন্ত্ৰণ হেৰাই নিজৰ দাসৰ গাত খুন্দা লাগি নিৰজ দাসৰ গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। আৰক্ষীয়ে তৎকালিনভাবে নিৰজ দাসক মেডিকেলত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত্যু হোৱা বুলি আৰক্ষীক অৱগত কৰাই। নিৰজ দাসৰ মৃত্যুক সমগ্ৰ ৰাইজে উল্লাখ কৰিছ। নিৰজ দাসৰ পৰিয়ালৰ সকলো সদস্যৰ কলংকিত সমাজৰ কলংকিত, ব্যভিচাৰী এটা পৰিয়ালৰ কাহিনী। মদাহী বাপেকৰ দুই কুলাংগাৰ পুত্ৰ। যি নৰাধম বাপ-বেটাই চিৰদিনৰ বাবে ধ্বংস কৰিলে অমিনেশৰ পৰিয়ালৰ স্বপ্ন, কলিতেই ছিঙি মোহাৰি নিঃশেষ কৰিলে এটা যুৱক। উদং কৰিলে এগৰাকী মাকৰ বুকুৰ পৰা। বৰ্তমান অমিনাশৰ মাতৃৰ গা অসুস্থতাৰ বাবে হস্পিটালত ভৰ্তি কৰা হৈছে অমিনেশৰ মাকক।
English translation :
The main protagonist of the Jorhat incident, Kala Lara alias Niraj Das, was seriously injured in a head-on collision with a police vehicle and died on the spot.
The main protagonist of the Jorhat incident, Kala Lara alias Niraj Das, died today while fleeing from a police vehicle. News of Niraj Das’s death spread like wildfire throughout Assam. যোৱাকালি আৰক্ষীয়ে কলা গুণ্ডাক লগ লৈ কলা গুণ্ডা ড্ৰাগছৰ ঘাটি বিলাক তদন্ত কৰিবলৈ গৈছিল। Niraj Das alias Kala Gunda misled the police and fled from the police vehicle. The police immediately admitted Niraj Dasak to the medical center, though the doctor informed the police that he was dead. The death of Niraj Das has been mentioned by all. The story of a stigmatized, adulterous family in the stigmatized society of all members of Niraj Das’s family. Madahi is the father of two cousins. This is the first time I’ve ever seen a squirrel snuggle up to a squirrel in a cage, and it’s the first time I’ve ever seen a squirrel snuggle up to a squirrel in a cage. From the breast of a mother. Aminash’s mother has been admitted to the hospital for treatment.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article