21.2 C
Munich
Wednesday, August 17, 2022

যোৰহাটত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গঅনিমেষৰ পৰিয়ালক কি আস্থা দিলে জুবিনে

Must read

     যোৰহাটত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ

অনিমেষৰ পৰিয়ালক কি আস্থা দিলে জুবিনে
 
a live news :- যোৰহাট কাণ্ডৰ নৰপিশাচৰ হাতত প্ৰাণ হেৰুৱা প্ৰয়াত অনিমেষৰ ঘৰত আজি সন্ধিয়া জুবিন গাৰ্গ উপস্থিত হয়। অনিমেষৰ ভূঞাৰ ঘৰৰ সমস্যা বুজ লয়। লগতে চৰকাৰলৈ আহ্বান অনিমেষ ভুঞাৰ ককাইক সংস্থাপন কৰি দিয়াৰ বাবে।‌‌ লগতে এনেকুৱা ঘটনা দ্বিতীয়বাৰ অসমত নহ’বলৈ অসমবাসী ৰাইজক অনুৰোধ। যোৰহাট কাণ্ডৰ লগত জড়িত আৰু এজন আৰক্ষীয়ে কৰায়ত্ত কৰে। যোৱাকালি। ক’লা লৰা ওৰফে নিৰজ দাসৰ গুণ্ডা বাহিনী বৰ্তমান আৰক্ষীৰ জিম্মাত মুঠ ১৪ জন হল। আৰক্ষীয়ে তীব্ৰতাৰে তদন্ত চলাই আছে উক্ত ঘটনাটোৰ। ক’লা গুণ্ডা ওৰফে নিৰজ দাসৰ সৰ্বমুঠ ৯২ টা গোচৰ আদালত চলি আছিল। অনিমেষৰ ঘটনাটো হোৱাৰ আগমূহুৰ্ত নিৰজে আদালত হাজিৰ হৈ আছিল। সেই দিনাৰ ঘটনাটো হোৱাৰ মুল কাৰণটো হল নিৰজৰ পিতৃ মোহন দাস। মোহন দাস হ’ল ক’লা লৰাৰ দেউতাক। অনেমেষৰ লগত থকা দুজন সতীৰ্থ উন্নত মানৰ চিকিৎসাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা জানিব পৰা গৈছে।
English translation :-
 
Zubin Garg is a popular artist in Jorhat
Zubin gives confidence to Animesh’s family
a live news: – Zubin Garg arrives at Animesh’s house this evening after losing his life at the hands of Jorhat Kand’s narcissist. Animesh understands the problem of the living room. He also appealed to the government to install Animesh Bhunar’s cocaine. Jorhat is involved in the incident and is being held by a policeman. Yovakali. The gang of Kala Lara alias Niraj Das is currently in the custody of 14 policemen. The incident is being investigated by the police. A total of 92 cases of black gangster alias Niraj Das were pending in the court. Animesh had appeared in court before the incident. The main reason for the incident that day was Mohan Das, the father of Nirj. Mohan Das is the deity of Kala Lara. It is learned that the government has taken steps to provide quality treatment to the two teammates who are with Anemesh.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article